Qurani Kərimin mənaca tərcüməsi - Qurani Kərimin müxtəsər tərfsiri - kitabının Assam dilinə tərcüməsi.

external-link copy
7 : 82

الَّذِیْ خَلَقَكَ فَسَوّٰىكَ فَعَدَلَكَ ۟ۙ

যিয়ে তোমাক অনস্থিত্বৰ পৰা অস্থিত্বলৈ আনিছে আৰু সঠিক অংগযুক্ত সন্তুলিত শৰীৰ প্ৰদান কৰিছে। info
التفاسير: |
Bu səhifədə olan ayələrin faydalarından:
• التحذير من الغرور المانع من اتباع الحق.
সত্যৰ অনুসৰণত হেঙাৰ দিয়া অভিমানৰ পৰা সতৰ্ক কৰা হৈছে। info

• الجشع من الأخلاق الذميمة في التجار ولا يسلم منه إلا من يخاف الله.
লালসা হৈছে ব্যৱসায়ী সকলৰ এক অৱগুণ। আৰু ইয়াৰ পৰা তেৱেঁই সুৰক্ষিত থাকিব পাৰে যিয়ে আল্লাহক ভয় কৰে। info

• تذكر هول القيامة من أعظم الروادع عن المعصية.
ক্বিয়ামতৰ ভয়াৱহ অৱস্থা স্মৰণ কৰা হৈছে পাপ কামৰ পৰা বিৰত থকাৰ এক প্ৰমুখ কাৰণ। info