وه‌رگێڕانی واتاکانی قورئانی پیرۆز - وەرگێڕانی ئەسامیە بۆ پوختەى تەفسیری قورئانی پیرۆز.

next

আল-আচৰ

prev
لە مەبەستەکانی سورەتەکە:
أسباب النجاة من الخسارة.
লোকচানৰ পৰা উদ্ধাৰ হোৱাৰ উপায়। info

1 : 103

وَالْعَصْرِ ۟ۙ

মহান আল্লাহে আছৰৰ সময়ৰ শপত কৰিছে। info
التفاسير: |

2 : 103

اِنَّ الْاِنْسَانَ لَفِیْ خُسْرٍ ۟ۙ

নিশ্চয় মানুহ ক্ষতি আৰু ধ্বংসৰ মাজত নিমজ্জিত। info
التفاسير: |

3 : 103

اِلَّا الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ وَتَوَاصَوْا بِالْحَقِّ ۙ۬— وَتَوَاصَوْا بِالصَّبْرِ ۟۠

কিন্তু সেইসকলৰ বিষয়টো সুকীয়া, যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সত্কৰ্ম কৰিছে আৰু এজনে আনজনক সত্যৰ উপদেশ দিছে আৰু পৰস্পৰক সত্য পথৰ প্ৰতি ধৈৰ্য্য ধাৰণ কৰিবলৈ উপদেশ দিছে। এতেকে এই বৈশিষ্ট্যৰ অধিকাৰীসকলে পৃথিৱী আৰু পৰকালৰ জীৱনত সফলতা লাভ কৰিব। info
التفاسير: |
سوودەکانی ئایەتەکان لەم پەڕەیەدا:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্য্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে। info

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰাটো হাৰাম। info

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে তেওঁৰ পৱিত্ৰ ঘৰ কাবা সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো মহান আল্লাহে সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে। info

next

আল-আচৰ

prev
:
0:00 0:00