Превод на значењата на Благородниот Куран - Превод на асамски на Скратениот коментар на Благородниот Куран.

external-link copy
53 : 2

وَاِذْ اٰتَیْنَا مُوْسَی الْكِتٰبَ وَالْفُرْقَانَ لَعَلَّكُمْ تَهْتَدُوْنَ ۟

এই অনুগ্ৰহবিলাকৰ লগতে এই অনুগ্ৰহটোও স্মৰণ কৰা যে, আমি মূছা আলাইহিছ ছালামক সত্য আৰু অসত্যৰ মাজত পাৰ্থক্যকাৰী তথা হিদায়ত আৰু পথভ্ৰষ্টতাৰ মাজত পৃথককাৰী পুথি তাওৰাত প্ৰদান কৰিছিলো যাতে তাৰ দ্বাৰা তোমালোকে সত্যৰ সন্ধান পোৱা। info
التفاسير: |
Придобивки од ајетите на оваа страница:
• عِظَمُ نعم الله وكثرتها على بني إسرائيل، ومع هذا لم تزدهم إلا تكبُّرًا وعنادًا.
আল্লাহ তাআলাই বনী ইছৰাইলক বৰ ডাঙৰ ডাঙৰ নিয়ামত দান কৰিছিল। ইয়াৰ পিছতো সিহঁতৰ অভিমান আৰু অবাধ্যতা বৃদ্ধিহে পাইছিল। info

• سَعَةُ حِلم الله تعالى ورحمته بعباده، وإن عظمت ذنوبهم.
বান্দাৰ প্ৰতি আল্লাহৰ ৰহমত আৰু দয়াৰ ব্যাপকতা যদিও সিহঁতৰ গুনাহৰ পৰিমাণ বেছি নহওঁক কিয়। info

• الوحي هو الفَيْصَلُ بين الحق والباطل.
অহীয়েই হৈছে সত্য আৰু অসত্যৰ মাজত নিৰ্ণায়ক। info