Alkʋrãɑn wɑgellã mɑɑnɑ wã lebgre - Alkʋrãan wagellã tafsɩɩrã sẽn kʋʋg koεεga, b sẽn lebg ne Asãmiya goamã.

external-link copy
70 : 2

قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا هِیَ ۙ— اِنَّ الْبَقَرَ تَشٰبَهَ عَلَیْنَا ؕ— وَاِنَّاۤ اِنْ شَآءَ اللّٰهُ لَمُهْتَدُوْنَ ۟

সিহঁতে ধৃষ্টতাত আৰু এখোজ আগুৱাই গৈ কলেঃ তুমি তোমাৰ প্ৰতিপালকক আমাৰ হৈ দুআ কৰা, তেওঁ যাতে আৰু অধিক কিছুমান বৈশিষ্ট্য আমাৰ বাবে উল্লেখ কৰে। কিয়নো এতিয়া লৈকে উল্লেখ কৰা বৈশিষ্ট্যৰ অধিকাৰী গাই বহুত, ইয়াৰ মাজত নিৰ্দিষ্টি কৰা আমাৰ বাবে কঠিন। লগতে সিহঁতে এই কথাও স্পষ্ট কৰিলে যে, যদি আল্লাহে ইচ্ছা কৰে তেন্তে নিশ্চয় আমি সেইজনী গাই পাম যিটো জবেহ কৰিবলৈ আল্লাহে আমাক নিৰ্দেশ দিছে। info
التفاسير: |
Sẽn be Aayar-rãmbã yõod-rãmba seb-neg-kãngã pʋgẽ:
• أن بعض قلوب العباد أشد قسوة من الحجارة الصلبة؛ فلا تلين لموعظة، ولا تَرِقُّ لذكرى.
কিছুমান বান্দাৰ অন্তৰ শিলতকৈও অধিক কঠোৰ হয়। যিটো নছীহতৰ দ্বাৰাও কোমল নহয় আৰু সদুপদেশৰ দ্বাৰাও প্ৰভাৱিত নহয়। info

• أن الدلائل والبينات - وإن عظمت - لا تنفع إن لم يكن القلب مستسلمًا خاشعًا لله.
দলীল-প্ৰমাণ আৰু নিদৰ্শন যিমানেই ডাঙৰ নহওঁক কিয়, হৃদয়ত যদি আল্লাহৰ ওচৰত আত্মসমৰ্পণৰ ইচ্ছা আৰু ভয় নাথাকে তেন্তে কোনো উপকাৰ নহব। info

• كشفت الآيات حقيقة ما انطوت عليه أنفس اليهود، حيث توارثوا الرعونة والخداع والتلاعب بالدين.
এই আয়াতসমূহে ইয়াহুদীসকলৰ আভ্যন্তৰীণ বিষয়সমূহ প্ৰকাশ কৰিছে। চক্ৰান্ত, প্ৰতাৰনা আৰু দ্বীনৰ সৈতে ধেমালি এইবোৰ সিহঁতে উত্তৰাধিকাৰী হিচাপে পাইছে। info