Check out the new design

Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans * - Übersetzungen


Übersetzung der Bedeutungen Vers: (63) Surah / Kapitel: An-Nisāʾ
اُولٰٓىِٕكَ الَّذِیْنَ یَعْلَمُ اللّٰهُ مَا فِیْ قُلُوْبِهِمْ ۗ— فَاَعْرِضْ عَنْهُمْ وَعِظْهُمْ وَقُلْ لَّهُمْ فِیْۤ اَنْفُسِهِمْ قَوْلًا بَلِیْغًا ۟
এইসকল লোকৰ অন্তৰত গোপন থকা নিফাক আৰু বেয়া মনোভাৱ সম্পৰ্কেও আল্লাহ অৱগত। এতেকে হে ৰাছুল! সিহঁতক সিহঁতৰ অৱস্থাত এৰি দিয়ক, লগতে সিহঁতৰ প্ৰতি মনোযোগ নিদিব। সিহঁতক প্ৰেৰণা প্ৰদান কৰি আৰু সতৰ্ক কৰি আল্লাহৰ আদেশ বৰ্ণনা কৰক লগতে এনেকুৱা কথা কওঁক যিটো সিহঁতৰ অন্তৰ চুই যাব।
Arabische Interpretationen von dem heiligen Quran:
Die Nutzen der Versen in dieser Seite:
• الاحتكام إلى غير شرع الله والرضا به مناقض للإيمان بالله تعالى، ولا يكون الإيمان التام إلا بالاحتكام إلى الشرع، مع رضا القلب والتسليم الظاهر والباطن بما يحكم به الشرع.
আল্লাহৰ বিধানৰ বাহিৰে আন কাৰোবাৰ ওচৰত মীমাংসাৰ বাবে যোৱা আৰু সেই মীমাংসাত সন্তুষ্ট হোৱাটো আল্লাহৰ প্ৰতি ঈমানৰ পৰিপন্থী। বান্দাৰ ঈমান সেই সময়ত পৰিপূৰ্ণ হয় যেতিয়া সি আল্লাহৰ বিধানক মীমাংসাকাৰী হিচাপে মানি লয় আৰু আন্তৰিক সন্তুষ্টি প্ৰকাশ কৰে লগতে অন্তৰৰ পৰা আৰু বাহিৰৰ পৰা তাক স্বীকাৰ কৰে।

• من أبرز صفات المنافقين عدم الرضا بشرع الله، وتقديم حكم الطواغيت على حكم الله تعالى.
মুনাফিকসকলৰ এটা অন্যতম বৈশিষ্ট্য হৈছে, আল্লাহৰ চৰীয়তৰ প্ৰতি অসন্তুষ্ট প্ৰকাশ কৰা আৰু আল্লাহৰ বিধানৰ ওপৰত আনৰ বিধানক প্ৰাধান্য দিয়া।

• النَّدْب إلى الإعراض عن أهل الجهل والضلالات، مع المبالغة في نصحهم وتخويفهم من الله تعالى.
মূৰ্খ আৰু পথভ্ৰষ্ট লোকৰ পৰা দূৰত্ব অৱলম্বন কৰি সিহঁতৰ কল্যাণ কামনা কৰা তথা সিহঁতক বেছি বেছি সতৰ্ক কৰা উচিত।

 
Übersetzung der Bedeutungen Vers: (63) Surah / Kapitel: An-Nisāʾ
Suren/ Kapiteln Liste Nummer der Seite
 
Übersetzung der Bedeutungen von dem heiligen Quran - Die Assamesische Übersetzung von Al-Mukhtasar - Eine Kurzfassung der Bedeutungen des edlen Qurans - Übersetzungen

Vom Tafsirzentrum für Quranwissenschaften herausgegeben.

Schließen