Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
33 : 10

كَذٰلِكَ حَقَّتْ كَلِمَتُ رَبِّكَ عَلَی الَّذِیْنَ فَسَقُوْۤا اَنَّهُمْ لَا یُؤْمِنُوْنَ ۟

হে ৰাছুল! ৰূবূবিয়্যাত সম্পৰ্কে আপোনাৰ প্ৰতিপালকৰ কথা যিদৰে সত্য প্ৰমাণিত হৈছে, ঠিক সেইদৰে যিসকলে সত্যৰ পৰা আঁতৰি গৈছে সিহঁতৰ ক্ষেত্ৰতো ভাগ্য সম্পৰ্কে কৰা তোমাৰ প্ৰতিপালকৰ কথা সত্য প্ৰমাণিত হ'ব যে, সিহঁত কেতিয়াও ঈমান পোষণ নকৰিব। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أعظم نعيم يُرَغَّب به المؤمن هو النظر إلى وجه الله تعالى.
আটাইতকৈ ডাঙৰ নিয়ামত, যিটোৰ জৰিয়তে মুমিনসকলক উৎসাহিত কৰা হয়, সেয়া হৈছে আল্লাহৰ সন্মানিত চেহেৰা দৰ্শন। info

• بيان قدرة الله، وأنه على كل شيء قدير.
আল্লাহৰ ক্ষমতাৰ বৰ্ণনা, আৰু এই কথাৰ বৰ্ণনা যে, তেওঁ সকলো বিষয়ত ক্ষমতাৱান। info

• التوحيد في الربوبية والإشراك في الإلهية باطل، فلا بد من توحيدهما معًا.
ৰূবুবিয়্যাতৰ ক্ষেত্ৰত তেওঁ একক, ইবাদতৰ ক্ষেত্ৰত কোনো ধৰণৰ অংশীদাৰ গ্ৰহণযোগ্য নহয়। উভয় ক্ষেত্ৰত তেওঁক একক বুলি স্বীকাৰ কৰা অনিবাৰ্য। info

• إذا قضى الله بعدم إيمان قوم بسبب معاصيهم فإنهم لا يؤمنون.
যদি আল্লাহে কোনো সম্প্ৰদায় সম্পৰ্কে সিহঁতে কৰা গুনাহৰ ফলত ঈমান পোষণ নকৰাৰ ফয়চালা দিয়ে তেন্তে সিহঁত কেতিয়াও ঈমান পোষণ কৰিব নোৱাৰিব। info