Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
4 : 104

كَلَّا لَیُنْۢبَذَنَّ فِی الْحُطَمَةِ ۟ؗۖ

বিষয়টো তেনেকুৱা নহয় যিদৰে এই মূৰ্খই ভাবিছে। নিশ্চয় তাক জাহান্নামৰ জুইত নিক্ষেপ কৰা হব। যি জুয়ে তাৰ মাজত নিক্ষেপ কৰা সকলো বস্তুকে ধূলি কণা বনাই দিয়ে। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• خسران من لم يتصفوا بالإيمان وعمل الصالحات، والتواصي بالحق، والتواصي بالصبر.
সেই সকলৰ বাবে বিফলতা অনিবাৰ্য, যিসকলে ঈমান, সৎকৰ্ম, সত্যৰ উপদেশ আৰু ধৈৰ্যৰ উপদেশ আদিৰ পৰা বিৰত থাকে। info

• تحريم الهَمْز واللَّمْز في الناس.
মানুহৰ মাজত পৰচৰ্চা, পৰনিন্দা কৰা হাৰাম। info

• دفاع الله عن بيته الحرام، وهذا من الأمن الذي قضاه الله له.
আল্লাহে নিজৰ সন্মানিত ঘৰ কাবাৰ সুৰক্ষা কৰে। আচলতে এয়া হৈছে সেই নিৰাপত্তাৰ অংশ বিশেষ, যিটো আল্লাহ তাআলাই সেই ঘৰৰ কাৰণে ফয়চালা কৰি ৰাখিছে। info