Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

আল-কাউছাৰ

Hino jeyaa e paandale simoore nden:
بيان منّة الله على نبيه صلى الله عليه وسلم بالخير الكثير؛ والدفاع عنه.
এই কথাৰ বৰ্ণনা যে, আল্লাহে নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি অসংখ্য কল্যাণৰ দ্বাৰা উপকাৰ কৰিছে আৰু তেওঁক সুৰক্ষা প্ৰদান কৰিছে। info

external-link copy
1 : 108

اِنَّاۤ اَعْطَیْنٰكَ الْكَوْثَرَ ۟ؕ

হে ৰাছুল, আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছো। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• أهمية الأمن في الإسلام.
ইছলামত শান্তিৰ মহত্ব আৰু গুৰুত্ব। info

• الرياء أحد أمراض القلوب، وهو يبطل العمل.
মানুহক দেখুৱাবলৈ কৰা কৰ্ম হৈছে অন্তৰৰ ব্যাধিৰ অন্যতম। যিয়ে মানুহৰ আমল ধ্বংস কৰি পেলায়। info

• مقابلة النعم بالشكر يزيدها.
আল্লাহৰ অনুগ্ৰহৰ প্ৰতি কৃতজ্ঞতা পালন কৰিলে সেয়া আৰু বৃদ্ধি হয়। info

• كرامة النبي صلى الله عليه وسلم على ربه وحفظه له وتشريفه له في الدنيا والآخرة.
আল্লাহৰ ওচৰত ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যদা, তেওঁৰ তৰফৰ পৰা ৰাছুলক সুৰক্ষা প্ৰদান আৰু পৃথিৱী আৰু পৰকালত তেখেতক প্ৰতিষ্ঠা কৰা। info