Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
45 : 11

وَنَادٰی نُوْحٌ رَّبَّهٗ فَقَالَ رَبِّ اِنَّ ابْنِیْ مِنْ اَهْلِیْ وَاِنَّ وَعْدَكَ الْحَقُّ وَاَنْتَ اَحْكَمُ الْحٰكِمِیْنَ ۟

নূহ আলাইহিছ ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত সহায় বিচাৰি প্ৰাৰ্থনা কৰি ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ পুত্ৰ মোৰ পৰিয়ালৰেই সদস্য, তুমি দেখোন মোৰ পৰিয়ালক ৰক্ষা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলা। আৰু তোমাৰ প্ৰতিশ্ৰুতি চিৰসত্য, যিটো ভঙ্গ হোৱাৰ কোনো প্ৰশ্নই নুঠে। নিশ্চয় তুমি ন্যায়বিচাৰক আৰু সৰ্বজ্ঞ। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• بيان عادة المشركين في الاستهزاء والسخرية بالأنبياء وأتباعهم.
মুশ্বৰিকসকলৰ স্বভাৱৰ বৰ্ণনা যে, সিহঁতে যুগে যুগে নবী আৰু তেওঁৰ অনুসাৰীসকলক বিদ্ৰুপ কৰি আহিছে। info

• بيان سُنَّة الله في الناس وهي أن أكثرهم لا يؤمنون.
মানুহৰ ক্ষেত্ৰত আল্লাহৰ সাধাৰণ নিয়মৰ বৰ্ণনা যে, সিহঁতৰ অধিকাংশই ঈমান পোষণ নকৰিব। info

• لا ملجأ من الله إلا إليه، ولا عاصم من أمره إلا هو سبحانه.
আল্লাহৰ বাহিৰে আন কোনো আশ্ৰয়স্থল নাই, আৰু তেওঁৰ আদেশ ব্যতীত কোনো ৰক্ষাকাৰীও নাই। info