Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
71 : 12

قَالُوْا وَاَقْبَلُوْا عَلَیْهِمْ مَّاذَا تَفْقِدُوْنَ ۟

ইউছুফৰ ভাতৃসকলে পিছফালে ঘূৰি চাই আহ্বান কৰা ব্যক্তি আৰু তাৰ সঙ্গীসকলক উদ্দেশ্যি ক'লেঃ তোমালোকৰ কি হেৰাইছে, যাৰ কাৰণে তোমালোকে আমাক চুৰিৰ অপবাদ দি আছা? info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• جواز الحيلة التي يُتَوصَّل بها لإحقاق الحق، بشرط عدم الإضرار بالغير.
সত্যক প্ৰকাশ কৰিবলৈ বাহানা অৱলম্বন কৰা বৈধ, কিন্তু মনত ৰখা উচিত ইয়াৰ দ্বাৰা যাতে কাৰো ক্ষতি নহয়। info

• يجوز لصاحب الضالة أو الحاجة الضائعة رصد جُعْل «مكافأة» مع تعيين قدره وصفته لمن عاونه على ردها.
কাৰোবাৰ কোনো ধন অথবা কোনো প্ৰয়োজনীয় বস্তু হেৰাই গলে, সেয়া বিচাৰি পাবলৈ পুৰস্কাৰ নিৰ্ধাৰণ কৰা বৈধ, কিন্তু পুৰস্কাৰ নিৰ্দিষ্ট হোৱা উচিত। info

• التغافل عن الأذى والإسرار به في النفس من محاسن الأخلاق.
সদ্ব্যৱহাৰৰ অন্যতম এটা গুণ হৈছে কষ্ট প্ৰদানকাৰীক আওকাণ কৰা আৰু তাৰ এই কষ্টক মনতে গোপন ৰখা উচিত। info