Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
32 : 14

اَللّٰهُ الَّذِیْ خَلَقَ السَّمٰوٰتِ وَالْاَرْضَ وَاَنْزَلَ مِنَ السَّمَآءِ مَآءً فَاَخْرَجَ بِهٖ مِنَ الثَّمَرٰتِ رِزْقًا لَّكُمْ ۚ— وَسَخَّرَ لَكُمُ الْفُلْكَ لِتَجْرِیَ فِی الْبَحْرِ بِاَمْرِهٖ ۚ— وَسَخَّرَ لَكُمُ الْاَنْهٰرَ ۟ۚ

তেৱেঁই আল্লাহ, যিজনে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্বৰ কোনো উদাহৰণ নোহোৱাকৈ সৃষ্টি কৰিছে। আৰু আকাশৰ পৰা পানী বৰ্ষণ কৰে, আৰু সেই পানীৰে হে মানৱজাতি! তোমালোকৰ বাবে বিভিন্ন প্ৰকাৰৰ ফলমূল সৃষ্টি কৰে। আৰু তেৱেঁই প্ৰকাণ্ড প্ৰকাণ্ড জাহাজক তোমালোকৰ আয়ত্ত্বাধীন কৰি দিছে, যিবোৰ তেওঁৰ আদেশতেই পানীত চলাচল কৰে। লগতে নদীসমূহকো তোমালোকৰ বশৱৰ্তী কৰি দিছে, যাতে তোমালোকে তাৰ পানী খাব পাৰা, লগতে খেতি-বাতিত দিব পাৰা আৰু জীৱ-জন্তুক খোৱাব পাৰা। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• تشبيه كلمة الكفر بشجرة الحَنْظل الزاحفة، فهي لا ترتفع، ولا تنتج طيبًا، ولا تدوم.
কুফুৰী কথাক মাটিত বগাই যোৱা তিতা তৰমুজ গছৰ লগত তুলনা কৰা হৈছে, যি গছ ওখ নহয় আৰু ভাল ফলো প্ৰদান নকৰে, আনকি বেছি দিন জীয়াইয়ো নাথাকে। info

• الرابط بين الأمر بالصلاة والزكاة مع ذكر الآخرة هو الإشعار بأنهما مما تكون به النجاة يومئذ.
আখিৰাত স্মৰণৰ লগতে ছালাত আৰু যাকাতৰ নিৰ্দেশো দিয়া হৈছে। ইয়াৰ দ্বাৰা বুজা যায় যে, এই দুয়োটা সেইদিনা মুক্তিৰ কাৰণ হ'ব। info

• تعداد بعض النعم العظيمة إشارة لعظم كفر بعض بني آدم وجحدهم نعمه سبحانه وتعالى .
কিছুমান ডাঙৰ ডাঙৰ নিয়ামতৰ কথা উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ইংগিত কৰা হৈছে আদম সন্তানে এইবোৰ অস্বীকাৰ কৰি কিমান ডাঙৰ কুুফুৰী কৰিছে। info