Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
163 : 2

وَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ ۚ— لَاۤ اِلٰهَ اِلَّا هُوَ الرَّحْمٰنُ الرَّحِیْمُ ۟۠

হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই। তেওঁ সত্ত্বাগত আৰু বৈশিষ্ট্যৰ ফালৰ পৰাও অদ্বিতীয়। তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই। তেওঁ পৰম দয়ালু, বান্দাৰ প্ৰতি অতি দয়াশীল। সেয়ে তেওঁ বান্দাসকলক অসংখ্য- অগণন অনুগ্ৰহ দান কৰিছে। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الابتلاء سُنَّة الله تعالى في عباده، وقد وعد الصابرين على ذلك بأعظم الجزاء وأكرم المنازل.
আল্লাহে সদায় তেওঁৰ বান্দাসকলক পৰীক্ষা কৰে। সেয়ে তেওঁ পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী সকলক আটাইতকৈ ডাঙৰ বিনিময় আৰু সন্মানিত স্থানৰ প্ৰতিশ্ৰুতি দিছে। info

• مشروعية السعي بين الصفا والمروة لمن حج البيت أو اعتمر.
হজ্জ আৰু উমাৰাহ পালনকাৰী সকলৰ বাবে চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰাৰ বৈধতা এই আয়াতৰ দ্বাৰা প্ৰমাণিত হল। info

• من أعظم الآثام وأشدها عقوبة كتمان الحق الذي أنزله الله، والتلبيس على الناس، وإضلالهم عن الهدى الذي جاءت به الرسل.
আল্লাহে অৱতীৰ্ণ কৰা সত্যক গোপন কৰা, মানুহক প্ৰতাৰণা কৰা আৰু সিহঁতক নবীসকলে লৈ অহা হিদায়তৰ পৰা পথভ্ৰষ্ট কৰা মহাপাপ; আৰু এই পাপৰ শাস্তিও অতি কঠোৰ। info