external-link copy
39 : 21

لَوْ یَعْلَمُ الَّذِیْنَ كَفَرُوْا حِیْنَ لَا یَكُفُّوْنَ عَنْ وُّجُوْهِهِمُ النَّارَ وَلَا عَنْ ظُهُوْرِهِمْ وَلَا هُمْ یُنْصَرُوْنَ ۟

পুনৰুত্থানক অস্বীকাৰ কৰা এই কাফিৰসকলে যদি সেই সময়ৰ অৱস্থা সম্পৰ্কে অৱগত হ'লহেঁতেন, যেতিয়া সিহঁতে নিজৰ মুখমণ্ডল আৰু পিঠিক জুইৰ পৰা ৰক্ষা কৰিব নোৱাৰিব, সেইদিনা সিহঁতৰ কোনো সহায়ক নাথাকিব, যিয়ে সিহঁতৰ পৰা শাস্তি দূৰ কৰিব। যদি সিহঁতে এই বিষয়টোক বিশ্বাস কৰিলেহেঁতেন তেন্তে কেতিয়াও সিহঁতে শাস্তিৰ বাবে খৰধৰ নকৰিলেহেঁতেন। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• بيان كفر من يستهزئ بالرسول، سواء بالقول أو الفعل أو الإشارة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ লগত উপহাস কৰা ব্যক্তি হৈছে কাফিৰ, সেই উপহাস কথাৰ জৰিয়তেই হওঁক অথবা কৰ্মৰ জৰিয়তে নাইবা ইংগিতেৰে। info

• من طبع الإنسان الاستعجال، والأناة خلق فاضل.
মানুহ স্বভাৱগতভাৱে ক্ষীপ্ৰতাপ্ৰিয়। আনহাতে ধৈৰ্য্য ধাৰণ কৰাটো হৈছে এটা উত্তম বৈশিষ্ট্য। info

• لا يحفظ من عذاب الله إلا الله.
আল্লাহৰ শাস্তিৰ পৰা আল্লাহৰ বাহিৰে আন কোনেও ৰক্ষা কৰিব নোৱাৰে। info

• مآل الباطل الزوال، ومآل الحق البقاء.
অসত্য ধ্বংস হোৱাটো অনিবাৰ্য, বাকী থাকিব কেৱল সত্য। info

prev

আল-আম্বীয়া

next