external-link copy
91 : 21

وَالَّتِیْۤ اَحْصَنَتْ فَرْجَهَا فَنَفَخْنَا فِیْهَا مِنْ رُّوْحِنَا وَجَعَلْنٰهَا وَابْنَهَاۤ اٰیَةً لِّلْعٰلَمِیْنَ ۟

হে ৰাছুল! মৰিয়ম আলাইহাচ্ছালামৰ বিষয়টো স্মৰণ কৰক, যিয়ে নিজৰ লজ্জাস্থানক ব্যভিচাৰৰ পৰা সুৰক্ষিত কৰি ৰাখিছিল। ফলত আল্লাহে তেওঁৰ ওচৰলৈ জিব্ৰীলক প্ৰেৰণ কৰিলে। জিব্ৰীলে তেওঁক ফুঁৱাই দিলে, ইয়াৰ ফলত তেওঁ গৰ্ভৱতী হৈ গ'ল। দৰাচলতে মৰিয়ম আৰু তেওঁৰ পুত্ৰ ঈছা হৈছে মানুহৰ বাবে আল্লাহৰ ক্ষমতাৰ প্ৰতীক। তেওঁক পিতৃ নোহোৱাকৈ সৃষ্টি কৰা বিষয়টোৱে প্ৰমাণ কৰে যে, কোনো কৰ্মই আল্লাহৰ বাবে সাধ্যাতীত নহয়। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• التنويه بالعفاف وبيان فضله.
সতী-সাধ্বী তথা সততাৰ প্ৰশংসা আৰু ইয়াৰ মহত্বৰ বৰ্ণনা। info

• اتفاق الرسالات السماوية في التوحيد وأسس العبادات.
তাওহীদ আৰু ইবাদতৰ মূল ভিত্তিৰ ক্ষেত্ৰত সকলো আচমানী ধৰ্ম এক। info

• فَتْح سد يأجوج ومأجوج من علامات الساعة الكبرى.
ইয়াজুজ আৰু মাজুজৰ বান্ধোন খুলি যোৱাটো হৈছে কিয়ামতৰ এটা ডাঙৰ প্ৰতীক। info

• الغفلة عن الاستعداد ليوم القيامة سبب لمعاناة أهوالها.
কিয়ামত দিৱসৰ বাবে প্ৰস্তুতি নোলোৱাৰ ক্ষেত্ৰত অমনোযোগিতাৰ কাৰণে ভয়াৱহ পৰিস্থিতিৰ সন্মুখীন হ'ব লাগিব। info

prev

আল-আম্বীয়া

next