Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
20 : 23

وَشَجَرَةً تَخْرُجُ مِنْ طُوْرِ سَیْنَآءَ تَنْۢبُتُ بِالدُّهْنِ وَصِبْغٍ لِّلْاٰكِلِیْنَ ۟

সেই পানীৰ পৰাই আমি তোমালোকৰ বাবে উৎপন্ন কৰিছোঁ যায়তুন গছ, যিটো চিনাই পৰ্বতৰ অঞ্চলত উৎপাদিত হয়। সেই গছৰ ফলৰ পৰা তেল উলিওৱা হয়, আৰু সেইবোৰক তেল আৰু আঞ্জা হিচাপেও ব্যৱহাৰ কৰা হয়। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• لطف الله بعباده ظاهر بإنزال المطر وتيسير الانتفاع به.
পানী বৰ্ষণ কৰা আৰু তাৰ দ্বাৰা সহজে উপকৃত হোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, আল্লাহ তেওঁৰ বান্দাসকলৰ প্ৰতি অতি দয়ালু। info

• التنويه بمنزلة شجرة الزيتون.
যাইতুন গছৰ মহত্বৰ বৰ্ণনা। info

• اعتقاد المشركين ألوهية الحجر، وتكذيبهم بنبوة البشر، دليل على سخف عقولهم.
মুশ্বৰিকসকলে শিলক উপাস্যৰূপে গ্ৰহণ কৰা, আৰু নবীসকল যে মানৱ এই কথা অস্বীকাৰ কৰা বিষয়টোৱে হৈছে সিহঁতৰ বিবেকহীন হোৱাৰ অন্যতম প্ৰমাণ। info

• نصر الله لرسله ثابت عندما تكذبهم أممهم.
ৰাছুলসকলক যেতিয়া তেওঁলোকৰ সম্প্ৰদায়ৰ লোকসকলে অস্বীকাৰ কৰে, তেতিয়াই আল্লাহে তেওঁলোকক সহায়ৰ হাত আগবঢ়ায়। info