Check out the new design

Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo * - Tippudi firooji ɗii


Firo maanaaji Aaya: (87) Simoore: Simoore goongɗinɓe
سَیَقُوْلُوْنَ لِلّٰهِ ؕ— قُلْ اَفَلَا تَتَّقُوْنَ ۟
সিহঁতে ক’বঃ “সাতখন আকাশ আৰু মহাসিংহাসনৰ মালিক হৈছে আল্লাহ”। তেতিয়া আপুনি সিহঁতক কওকঃ “তেন্তে তোমালোকে আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বিষয়ৰ পৰা বিৰত থাকি তেওঁক ভয় নকৰা কিয়, যাতে তেওঁৰ শাস্তিৰ পৰা সুৰক্ষিত থাকিব পাৰা।”
Faccirooji aarabeeji:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• عدم اعتبار الكفار بالنعم أو النقم التي تقع عليهم دليل على فساد فطرهم.
কাফিৰসকলে নিয়ামত আৰু শাস্তিৰ পৰা শিক্ষা নোলোৱাৰ বিষয়টোৱে প্ৰমাণ কৰে যে, সিহঁতৰ স্বভাৱ বিকৃত হৈছে।

• كفران النعم صفة من صفات الكفار.
নিয়ামতৰ কৃতজ্ঞতা নকৰাটো হৈছে কাফিৰসকলৰ বিশেষণ।

• التمسك بالتقليد الأعمى يمنع من الوصول للحق.
অন্ধানুকৰণে সত্যত উপনীত হ'বলৈ বাধা হৈ থিয় দিয়ে।

• الإقرار بالربوبية ما لم يصحبه إقرار بالألوهية لا ينجي صاحبه.
আল্লাহৰ প্ৰভুত্বক স্বীকাৰ কৰিলেই জাহান্নামৰ পৰা ৰক্ষা পোৱা সম্ভৱ নহয়, যেতিয়ালৈকে একমাত্ৰ আল্লাহক উপাস্য বুলি স্বীকাৰ নকৰিব।

 
Firo maanaaji Aaya: (87) Simoore: Simoore goongɗinɓe
Tippudi cimooje Tonngoode hello ngoo
 
Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo - Tippudi firooji ɗii

iwde e galle Firo jaŋdeeji Alkur'aana.

Uddude