Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
23 : 25

وَقَدِمْنَاۤ اِلٰی مَا عَمِلُوْا مِنْ عَمَلٍ فَجَعَلْنٰهُ هَبَآءً مَّنْثُوْرًا ۟

ইয়াৰ পিছত আমি সেই কাফিৰসকলৰ ভাল-বেয়া আমলৰ প্ৰতি অগ্ৰসৰ হ'ম, যিবোৰ সিহঁতে পৃথিৱীত কৰিছিল, সেইবোৰক আমি সিহঁতৰ কুফৰীৰ কাৰণে নাকচ কৰি এনেকুৱা ধূলিকণাত পৰিণত কৰিম, যি ধূলিকণা প্ৰত্যক্ষকাৰীয়ে খিৰিকীৰে পাৰ হৈ অহা সূৰ্যৰ কিৰণত দেখিবলৈ পায়। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• الكفر مانع من قبول الأعمال الصالحة.
সৎকৰ্ম কবূল হোৱাৰ ক্ষেত্ৰত কুফৰ হৈছে বাধাস্বৰূপ। info

• خطر قرناء السوء.
বেয়া সংস্পৰ্শৰ ভয়াৱহতা। info

• ضرر هجر القرآن.
কোৰআন পৰিত্যাগ কৰাৰ ক্ষতি। info

• من حِكَمِ تنزيل القرآن مُفَرّقًا طمأنة النبي صلى الله عليه وسلم وتيسير فهمه وحفظه والعمل به.
কোৰআনখনক সময়ে সময়ে অলপ অলপকৈ অৱতীৰ্ণ কৰাৰ এটা অন্যতম হিকমত হৈছে ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা, লগতে ইয়াক বুজিবলৈ সহজ কৰা আৰু মুখস্থ কৰিবলৈ আৰু আমল কৰিবলৈ সুবিধা প্ৰদান কৰা। info