Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
168 : 26

قَالَ اِنِّیْ لِعَمَلِكُمْ مِّنَ الْقَالِیْنَ ۟ؕ

লূত আলাইহিচ্ছালামে সিহঁতক কলেঃ নিশ্চয় মই তোমালোকৰ এই কৰ্মক অপছন্দ কৰোঁ তথা ঘৃণা কৰোঁ। info
التفاسير: |
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• اللواط شذوذ عن الفطرة ومنكر عظيم.
সমকামিতা হৈছে অপ্ৰাকৃতিক কৰ্ম তথা মহা অপৰাধ। info

• من الابتلاء للداعية أن يكون أهل بيته من أصحاب الكفر أو المعاصي.
এজন আহ্বায়কৰ বাবে পৰিস্থিতি সেইসময়ত অধিক কঠিন হৈ পৰে, যেতিয়া তেওঁৰ নিজৰ পৰিয়ালৰ কোনো সদস্য কুফৰীত তথা গুনাহত লিপ্ত থাকে। info

• العلاقات الأرضية ما لم يصحبها الإيمان، لا تنفع صاحبها إذا نزل العذاب.
সাংসাৰিক সম্বন্ধৰ সৈতে যদি ঈমানৰ অটুট বন্ধন নাথাকে, তেন্তে শাস্তিৰ সময়ত কোনো উপকাৰ সাধন নকৰে। info

• وجوب وفاء الكيل وحرمة التَّطْفِيف.
পৰিপূৰ্ণৰূপে ওজন কৰি দিয়াটো অত্যন্ত জৰুৰী, আনহাতে ওজনত কম দিয়াটো হাৰাম। info