Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
3 : 43

اِنَّا جَعَلْنٰهُ قُرْءٰنًا عَرَبِیًّا لَّعَلَّكُمْ تَعْقِلُوْنَ ۟ۚ

নিশ্চয় আমি এই কোৰআনখনক আৰবী ভাষাত প্ৰস্তুত কৰিছোঁ। যাতে তোমালোকে সহজেই বুজি পোৱা (হে সেই লোকসকল! যিসকলৰ ভাষাত এই কোৰআন অৱতীৰ্ণ হৈছে)। যাতে তোমালোকে ইয়াৰ অৰ্থ বুজি পোৱা আৰু ইয়াক অন্যান্য জাতিলৈ পৌঁচাই দিব পাৰা। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• سمي الوحي روحًا لأهمية الوحي في هداية الناس، فهو بمنزلة الروح للجسد.
অহীক ‘ৰূহ’ নামেৰে নামকৰণ কৰা হৈছে, কাৰণ মানুহক সঠিক পথ দেখুৱাৰ ক্ষেত্ৰত অহীয়ে গুৰুত্বপূৰ্ণ ভূমিকা বহন কৰে। গতিকে ইয়াৰ স্থান শৰীৰত থকা প্ৰাণৰ দৰে। info

• الهداية المسندة إلى الرسول صلى الله عليه وسلم هي هداية الإرشاد لا هداية التوفيق.
ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত সম্পৃক্ত হিদায়ত হৈছে, কেৱল পথপ্ৰদৰ্শন কৰা। সেইটো তাওফীক তথা সামৰ্থ প্ৰদান কৰাৰ হিদায়ত নহয়। info

• ما عند المشركين من توحيد الربوبية لا ينفعهم يوم القيامة.
মুশ্বৰিকসকলে তাওহীদে ৰুবূবিয়্যত বিশ্বাস কৰিলেও কিয়ামতৰ দিনা ইয়াৰ দ্বাৰা কোনো লাভ নহ’ব। info