Firo maanaaji Alqur'aana Teddunde nden - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

external-link copy
21 : 7

وَقَاسَمَهُمَاۤ اِنِّیْ لَكُمَا لَمِنَ النّٰصِحِیْنَ ۟ۙ

লগতে তেওঁলোকৰ সন্মুখত আল্লাহৰ শপত খাই ক'লে যে, মই তোমালোকক যি কৈছো, সেয়া কেৱল এই কাৰণে কৈছো যে মই তোমালোকৰ শুভাকাংক্ষী। info
التفاسير:
Hino jeyaa e nafooje Aayeeje on ka hello ɗoo.:
• دلّت الآيات على أن من عصى مولاه فهو ذليل.
এই আয়াতবোৰৰ দ্বাৰা বুজা গ'ল যে, যিয়ে আল্লাহৰ অবাধ্যতা কৰিব, সি লাঞ্ছিত হ'ব। info

• أعلن الشيطان عداوته لبني آدم، وتوعد أن يصدهم عن الصراط المستقيم بكل أنواع الوسائل والأساليب.
চয়তানে আদম সন্তানৰ লগত নিজৰ শত্ৰুতা ঘোষণা কৰিছে, আৰু সিহঁতক পোন পথৰ পৰা বিৰত ৰাখিবলৈ সকলো প্ৰকাৰ উপায় অৱলম্বন কৰিব বুলি প্ৰতিশ্ৰুতি দিছে। info

• خطورة المعصية وأنها سبب لعقوبات الله الدنيوية والأخروية.
গুনাহৰ ভয়াৱহতা, আৰু গুনাহ হৈছে পৃথিৱী আৰু আখিৰাতত শাস্তি পোৱাৰ কাৰণ। info