Firo maanaaji al-quraan tedduɗo oo - Firo saamiiwo tonngaango he faccirde Alquraan tedduɗo oo

Tonngoode hello ngoo:close

external-link copy
41 : 80

تَرْهَقُهَا قَتَرَةٌ ۟ؕ

সিহঁতক অন্ধকাৰে আৱৰি থাকিব। info
التفاسير:

external-link copy
42 : 80

اُولٰٓىِٕكَ هُمُ الْكَفَرَةُ الْفَجَرَةُ ۟۠

এই অৱস্থাৰ সন্মুখীন সেই সকল ব্যক্তি হব, যিসকলে কুফুৰী আৰু পাপকৰ্মৰ পথাচাৰী আছিল। info
التفاسير:
Ina jeyaa e nafoore aayeeje ɗee e ngol hello:
• حَشْر المرء مع من يماثله في الخير أو الشرّ.
ক্বিয়ামতৰ দিনা ভাল আৰু বেয়া চৰিত্ৰ অনুসৰি তাৰ সমপৰ্যায়ৰ ব্যক্তিৰ সৈতে উত্থাপন কৰা হব। info

• إذا كانت الموءُودة تُسأل فما بالك بالوائد؟ وهذا دليل على عظم الموقف.
যেতিয়া জীৱন্ত সমাধিস্থ কন্যাক সোধা হব তেতিয়া সমাধিস্থকাৰীৰ দশা কি হব।এইটোৱে এই কথা প্ৰমাণ কৰে যে, সেই দিন অতি ভয়াৱহ হ'ব। info

• مشيئة العبد تابعة لمشيئة الله.
বান্দাৰ ইচ্ছা আল্লাহৰ ইচ্ছাৰ অধীনস্থ। info