Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (105) Sura: Suratu Yusuf
وَكَاَیِّنْ مِّنْ اٰیَةٍ فِی السَّمٰوٰتِ وَالْاَرْضِ یَمُرُّوْنَ عَلَیْهَا وَهُمْ عَنْهَا مُعْرِضُوْنَ ۟
আল্লাহ তাআলাৰ তাওহীদ সম্পৰ্কীয় বহুতো নিদৰ্শন আকাশমণ্ডল তথা পৃথিৱীত প্ৰসাৰিত হৈ আছে। মানুহে সেইবোৰৰ ওচৰেৰে চলাফুৰা কৰে কিন্তু সেইবোৰৰ পৰা শিক্ষা লোৱাৰ প্ৰয়াস নকৰে। আৰু সেইবোৰৰ প্ৰতি মনোযোগও নিদিয়ে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• أن الداعية لا يملك تصريف قلوب العباد وحملها على الطاعات، وأن أكثر الخلق ليسوا من أهل الهداية.
আল্লাহৰ প্ৰতি আহ্বানকাৰী ব্যক্তি বান্দাৰ অন্তৰ ইবাদতৰ পিনে কেতিয়াও ঘূৰাব নোৱাৰে আৰু আনুগত্যৰ বোজাও অৰ্পন কৰিব নোৱাৰে। অধিকাংশ লোক হিদায়তপ্ৰাপ্ত নহয়।

• ذم المعرضين عن آيات الله الكونية ودلائل توحيده المبثوثة في صفحات الكون.
বিশ্বজগতত প্ৰসাৰিত আল্লাহৰ নিদৰ্শনসমূহ আৰু বিশ্বৰ বিভিন্ন পুথিৰ পৃষ্ঠাত লিপিবদ্ধ প্ৰমাণসমূহৰ পৰা বিমুখ হোৱা লোকসকলৰ নিন্দা কৰা হৈছে।

• شملت هذه الآية ﴿ قُل هَذِهِ سَبِيلِي...﴾ ذكر بعض أركان الدعوة، ومنها: أ- وجود منهج:﴿ أَدعُواْ إِلَى اللهِ ﴾. ب - ويقوم المنهج على العلم: ﴿ عَلَى بَصِيرَةٍ﴾. ج - وجود داعية: ﴿ أَدعُواْ ﴾ ﴿أَنَا﴾. د - وجود مَدْعُوِّين: ﴿ وَمَنِ اتَّبَعَنِي ﴾.
এই আয়াতত {قُلۡ هَٰذِهِۦ سَبِيلِيٓ...} দাৱাতৰ কেইটামান আৰকান (স্তম্ভ) বৰ্ণনা কৰা হৈছে। ক) কৰ্মশৈলী বা মানহাজৰ অস্তিত্ব {أَدۡعُوٓاْ إِلَى ٱللَّهِۚ}। খ) উক্ত কৰ্মশৈলী জ্ঞানৰ ওপৰত নিৰ্ভৰ হোৱা {عَلَىٰ بَصِيرَةٍ}। গ) আহ্বানকাৰীৰ উপস্থিতি {أَدۡعُوٓاْ﴾ ﴿أَنَا۠}। ঘ) আহ্বানকৃত লোকসকলৰ উপস্থিতি {وَمَنِ ٱتَّبَعَنِيۖ}।

 
Fassarar Ma'anoni Aya: (105) Sura: Suratu Yusuf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa