Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (17) Sura: Suratu Yusuf
قَالُوْا یٰۤاَبَانَاۤ اِنَّا ذَهَبْنَا نَسْتَبِقُ وَتَرَكْنَا یُوْسُفَ عِنْدَ مَتَاعِنَا فَاَكَلَهُ الذِّئْبُ ۚ— وَمَاۤ اَنْتَ بِمُؤْمِنٍ لَّنَا وَلَوْ كُنَّا صٰدِقِیْنَ ۟
সিহঁতে ক'লেঃ হে আমাৰ পিতৃঃ আমি দৌৰ আৰু তীৰ প্ৰতিযোগিতা কৰি আছিলো আৰু ইউছুফক ৰাখিছিলো আমাৰ কাপোৰ আৰু বয়-বস্তু পহৰা দিয়াৰ দায়িত্বত। ফলত কুকুৰ-নেচীয়া আহি তাক খাই পেলালে। আমি জানো আপুনি আমাৰ কথাক বিশ্বাস নকৰিব, যদিও আমি আমাৰ কথাত সত্যবাদী নহওঁ কিয়।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• بيان خطورة الحسد الذي جرّ إخوة يوسف إلى الكيد به والمؤامرة على قتله.
ঈৰ্ষাৰ ভয়াবহতাৰ বৰ্ণনা, ইয়াৰ ফলতেই ইউছুফৰ ভাতৃসকলে তেওঁৰ বিৰুদ্ধে হত্যাৰ চক্ৰান্ত ৰচিছিল।

• مشروعية العمل بالقرينة في الأحكام.
আহকামৰ ক্ষেত্ৰত ইঙ্গিত বহন কৰিলেই আমল কৰাৰ প্ৰমাণ।

• من تدبير الله ليوسف عليه السلام ولطفه به أن قذف في قلب عزيز مصر معاني الأبوة بعد أن حجب الشيطان عن إخوته معاني الأخوة.
এয়া ইউছুফ আলাইহিছ ছালামৰ প্ৰতি আল্লাহৰ উত্তম ব্যৱস্থাপনা তথা তেওঁৰ কৃপা আছিল যে, তেওঁ আজিজে মিচৰৰ অন্তৰত পিতৃ প্ৰেম ঢালি দিছিল। আনহাতে চয়তানে তেওঁৰ ভাতৃসকলক ভাতৃৰ মুহাব্বতৰ পৰা বঞ্চিত কৰিছিল।

 
Fassarar Ma'anoni Aya: (17) Sura: Suratu Yusuf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa