Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (1) Sura: Ibrahim

ইব্ৰাহীম

daga cikin abunda Surar ta kunsa:
إثبات قيام الرسل بالبيان والبلاغ، وتهديد المعرضين عن اتباعهم بالعذاب.
এই কথা প্ৰমাণ কৰা যে, ৰাছুলসকলৰ দায়িত্ব হৈছে কেৱল বাৰ্তা পৌঁচাই দিয়া। লগতে তেওঁলোকৰ অনুসৰণৰ পৰা বিমুখ হোৱা লোকসকলক শাস্তিৰ ভয় দেখুৱাই সতৰ্ক কৰা হৈছে।

الٓرٰ ۫— كِتٰبٌ اَنْزَلْنٰهُ اِلَیْكَ لِتُخْرِجَ النَّاسَ مِنَ الظُّلُمٰتِ اِلَی النُّوْرِ ۙ۬— بِاِذْنِ رَبِّهِمْ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟ۙ
(আলিফ-লাম-ৰা)। এনেকুৱা আখৰ সম্পৰ্কীয় আলোচনা ছুৰা বাক্বাৰাৰ আৰম্ভণিতে আলোকপাত কৰা হৈছে। হে ৰাছুল! এই কোৰআনখন হৈছে এখন গ্ৰন্থ, যিখন মই আপোনালৈ অৱতীৰ্ণ কৰিছোঁ। যাতে আপুনি আল্লাহৰ ইচ্ছাত আৰু তেওঁৰ সহায়ত মানুহক কুফৰ, অজ্ঞতা আৰু পথভ্ৰষ্টতাৰ পৰা ঈমান, জ্ঞান আৰু হিদায়তৰ পথলৈ অৰ্থাৎ ইছলাম ধৰ্মৰ প্ৰতি লৈ আহিব পাৰে। যিটো প্ৰকৃততে পৰাক্ৰমশালী আল্লাহৰ পথ, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে, তেওঁ সকলো ক্ষেত্ৰতে প্ৰশংসিত।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• أن المقصد من إنزال القرآن هو الهداية بإخراج الناس من ظلمات الباطل إلى نور الحق.
কোৰআন অৱতীৰ্ণৰ মূল উদ্দেশ্য হৈছে মানুহক অসত্যৰ অন্ধকাৰৰ পৰা সত্যৰ পোহৰলৈ উলিয়াই আনি হিদায়ত প্ৰদান কৰা।

• إرسال الرسل يكون بلسان أقوامهم ولغتهم؛ لأنه أبلغ في الفهم عنهم، فيكون أدعى للقبول والامتثال.
ৰাছুলসকলক তেওঁলোকৰ নিজ ভাষাত প্ৰেৰণ কৰা হৈছে, যাতে তেওঁলোকৰ কথা সহজেই বুজিব পাৰে। ফলত তেওঁলোকৰ কথা স্বীকাৰ কৰাৰ আৰু পালন কৰাৰ অধিক সম্ভাৱনা থাকে।

• وظيفة الرسل تتلخص في إرشاد الناس وقيادتهم للخروج من الظلمات إلى النور.
ৰাছুলসকলৰ মিচনৰ সাৰাংশ হৈছে, তেওঁলোকে মানুহক অন্ধকাৰৰ পৰা পোহৰলৈ অহাৰ বাট দেখুৱায়।

 
Fassarar Ma'anoni Aya: (1) Sura: Ibrahim
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa