Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (158) Sura: Al'bakara
اِنَّ الصَّفَا وَالْمَرْوَةَ مِنْ شَعَآىِٕرِ اللّٰهِ ۚ— فَمَنْ حَجَّ الْبَیْتَ اَوِ اعْتَمَرَ فَلَا جُنَاحَ عَلَیْهِ اَنْ یَّطَّوَّفَ بِهِمَا ؕ— وَمَنْ تَطَوَّعَ خَیْرًا ۙ— فَاِنَّ اللّٰهَ شَاكِرٌ عَلِیْمٌ ۟
চাফা আৰু মাৰৱা কাবা ঘৰৰ ওচৰতে অৱস্থিত সকলোৰে পৰিচিত দুটা পৰ্বত। উক্ত পৰ্বত দুটা চৰীয়তৰ বাহ্য চিহ্ন। এতেকে যিয়ে হজ্জ অথবা উমৰাহ কৰিবলৈ কাবা ঘৰত যাব, তেওঁ যদি এই দুটা পৰ্বতৰ মাজত প্ৰদক্ষিণ কৰে তেন্তে কোনো গুনাহ নহয়। ইয়াত গুনাহ নোহোৱাৰ কথাটো উল্লেখ কৰি সেই সকল মুছলিমক সান্তনা দিয়া হৈছে যিসকলে ইয়াৰ মাজত কৰা প্ৰদক্ষিণক অজ্ঞতা যুগৰ কৰ্ম বুলি ভাৱিছিল। এতেকে আল্লাহে স্পষ্ট কৰি দিলে যে, এইটোও হজ্জৰ এটা কৰ্ম। গতিকে যিয়ে মুস্তাহাব ইবাদত নিৰ্ভেজালভাৱে পালন কৰিব, আল্লাহে তাৰ ইবাদতক মৰ্যদা প্ৰদান কৰিব আৰু সেয়া কবুল কৰি তাক প্ৰতিদান দিব। আল্লাহে ভালদৰে জানে কোনে সত্কৰ্ম কৰে আৰু কোন ছোৱাবৰ অধিকাৰী।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الابتلاء سُنَّة الله تعالى في عباده، وقد وعد الصابرين على ذلك بأعظم الجزاء وأكرم المنازل.
আল্লাহে সদায় তেওঁৰ বান্দাসকলক পৰীক্ষা কৰে। সেয়ে তেওঁ পৰীক্ষাৰ সময়ত ধৈৰ্য ধাৰণকাৰী সকলক আটাইতকৈ ডাঙৰ বিনিময় আৰু সন্মানিত স্থানৰ প্ৰতিশ্ৰুতি দিছে।

• مشروعية السعي بين الصفا والمروة لمن حج البيت أو اعتمر.
হজ্জ আৰু উমাৰাহ পালনকাৰী সকলৰ বাবে চাফা আৰু মাৰৱাৰ মাজত ছায়ী কৰাৰ বৈধতা এই আয়াতৰ দ্বাৰা প্ৰমাণিত হল।

• من أعظم الآثام وأشدها عقوبة كتمان الحق الذي أنزله الله، والتلبيس على الناس، وإضلالهم عن الهدى الذي جاءت به الرسل.
আল্লাহে অৱতীৰ্ণ কৰা সত্যক গোপন কৰা, মানুহক প্ৰতাৰণা কৰা আৰু সিহঁতক নবীসকলে লৈ অহা হিদায়তৰ পৰা পথভ্ৰষ্ট কৰা মহাপাপ; আৰু এই পাপৰ শাস্তিও অতি কঠোৰ।

 
Fassarar Ma'anoni Aya: (158) Sura: Al'bakara
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa