Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (68) Sura: Al'bakara
قَالُوا ادْعُ لَنَا رَبَّكَ یُبَیِّنْ لَّنَا مَا هِیَ ؕ— قَالَ اِنَّهٗ یَقُوْلُ اِنَّهَا بَقَرَةٌ لَّا فَارِضٌ وَّلَا بِكْرٌ ؕ— عَوَانٌ بَیْنَ ذٰلِكَ ؕ— فَافْعَلُوْا مَا تُؤْمَرُوْنَ ۟
সিহঁতে মূছা আলাইহিছ ছালামক কলেঃ তুমি আমাৰ বাবে তোমাৰ প্ৰতিপালকৰ ওচৰত দুআ কৰা যে, যিটো গৰু তেওঁ আমাক জবেহ কৰিবলৈ আদেশ দিছে তাৰ বৈশিষ্ট্য কি? মূছা আলাইহিছ ছালামে কলেঃ আল্লাহে কৈছে, সেইজনী এনেকুৱা গাই হব লাগে যিটো বুঢ়ীও নহয় পোৱালীও নহয় বৰং মধ্যবয়সী। এতেকে তোমালোকে অনতিপলমে নিজ প্ৰতিপালকৰ আদেশ পালন কৰা।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الحُكم المذكور في الآية الأولى لِمَا قبل بعثة النبي صلى الله عليه وسلم، وأما بعد بعثته فإن الدين المَرْضِيَّ عند الله هو الإسلام، لا يقبل غيره، كما قال الله تعالى: ﴿ وَمَنْ يَبْتَغِ غَيْرَ الْإِسْلَامِ دِينًا فَلَنْ يُقْبَلَ مِنْه ﴾ (آل عمران: 85).
প্ৰথম আয়াতত যিটো কথা কোৱা হৈছে সেয়া নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰেৰিত হোৱাৰ আগৰ সময়ৰ লগত সম্পৰ্ক। অন্যথা তেখেতে নবী হোৱাৰ পাছত আল্লাহৰ ওচৰত গ্ৰহণযোগ্য মনোনীত ধৰ্ম কেৱল একমাত্ৰ ইছলাম। আল্লাহে ইয়াৰ বাহিৰে আন কোনো ধৰ্মক দ্বীন হিচাপে গ্ৰহণ নকৰিব। যেনেঃ আল্লাহ তাআলাই কৈছেঃ যিয়ে ইছলামৰ আন কোনো ধৰ্ম সন্ধান কৰিব আল্লাহে তাৰ পৰা সেয়া কেতিয়া গ্ৰহণ নকৰিব। (ছুৰা আলে-ইমৰাণঃ ৮৫)

• قد يُعَجِّلُ الله العقوبة على بعض المعاصي في الدنيا قبل الآخرة؛ لتكون تذكرة يتعظ بها الناس فيحذروا مخالفة أمر الله تعالى.
আল্লাহ তাআলাই কেতিয়াবা কেতিয়াবা কিছুমান গুনাহৰ শাস্তি আখিৰাতৰ পৰিবৰ্তে পৃথিৱীতেই প্ৰদান কৰে যাতে মানুহে ইয়াৰ পৰা শিক্ষা লৈ আল্লাহৰ আদেশৰ অবাধ্যতা কৰাৰ পৰা বিৰত থাকে।

• أنّ من ضيَّق على نفسه وشدّد عليها فيما ورد موسَّعًا في الشريعة، قد يُعاقَبُ بالتشديد عليه.
যিয়ে নিজকে এনেকুৱা বিষয়ত সংকীৰ্ণ তথা কঠিনতাত লিপ্ত কৰে যি বিষয়ত চৰীয়তে উদাৰতা প্ৰদান কৰিছে তেনে ক্ষেত্ৰত তাক শাস্তি স্বৰূপে তেনেকুৱা সংকীৰ্ণতাতেই লিপ্ত কৰা হয়।

 
Fassarar Ma'anoni Aya: (68) Sura: Al'bakara
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa