Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (119) Sura: Daha
وَاَنَّكَ لَا تَظْمَؤُا فِیْهَا وَلَا تَضْحٰی ۟
তেওঁ তোমালোকক পান কৰাব, যাৰ পিচত কেতিয়াও পিয়াহ নালাগিব। তথা তোমালোকক ছাঁ দান কৰিব, য’ত সূৰ্যৰ উত্তাপ কেতিয়াও ঢুকি নাপাব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الأدب في تلقي العلم، وأن المستمع للعلم ينبغي له أن يتأنى ويصبر حتى يفرغ المُمْلِي والمعلم من كلامه المتصل بعضه ببعض.
জ্ঞান আহৰণ কৰাৰ সময়ত শিষ্টাচাৰৰ প্ৰতি মনোযোগ দিয়া উচিত, লগতে জ্ঞান অৰ্জনকাৰীয়ে ধৈৰ্য্য ধাৰণ কৰা উচিত তথা মৌনতা অৱলম্বন কৰি মনোযোগ সহকাৰে শ্ৰৱণ কৰা উচিত, যাতে শিক্ষকে নিজৰ সম্পূৰ্ণ কথা ব্যক্ত কৰাৰ সুবিধা পায়, কাৰণ বিষয় এটাত এটা অংশ আনটোৰ লগত সম্পৃক্ত থাকে।

• نسي آدم فنسيت ذريته، ولم يثبت على العزم المؤكد، وهم كذلك، وبادر بالتوبة فغفر الله له، ومن يشابه أباه فما ظلم.
যিহেতু আদম আলাইহিচ্ছালামে ভুল কৰিছিল, সেয়ে তেওঁৰ সন্তানসকলেও ভুল কৰে। তেওঁ দৃঢ় সংকল্পত উপনীত হোৱা নাছিল, সেয়ে তেওঁৰ সন্তানসকলৰো একেই অৱস্থা। কিন্তু তেওঁ তৎক্ষণাত তাওবা কৰিছিল আৰু আল্লাহেও তেওঁক ক্ষমা কৰি দিছিল। এতেকে যিয়ে পিতৃৰ দৰে তৎক্ষণাত তাওবা কৰিব, তেওঁক অন্যায়কাৰী বুলি গণ্য কৰা নহ'ব।

• فضيلة التوبة؛ لأن آدم عليه السلام كان بعد التوبة أحسن منه قبلها.
তাওবাৰ গুৰুত্বঃ কিয়নো আদম আলাইহিচ্ছালামে তাওবা কৰাৰ পিচত আগতকৈ ভাল অৱস্থাত জীৱন-যাপন কৰিছিল।

• المعيشة الضنك في دار الدنيا، وفي دار البَرْزَخ، وفي الدار الآخرة لأهل الكفر والضلال.
কাফিৰ তথা পথভ্ৰষ্ট লোকসকলৰ বাবে পৃথিৱী, বৰঝখ আৰু আখিৰাতত সংকীৰ্ণ তথা কঠিন জীৱন আছে।

 
Fassarar Ma'anoni Aya: (119) Sura: Daha
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa