Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
74 : 22

مَا قَدَرُوا اللّٰهَ حَقَّ قَدْرِهٖ ؕ— اِنَّ اللّٰهَ لَقَوِیٌّ عَزِیْزٌ ۟

সিহঁতে আল্লাহক যিদৰে সন্মান কৰা উচিত সেইদৰে সন্মান কৰা নাই, কিয়নো সিহঁতে আল্লাহৰ সৈতে তেওঁৰ কিছুমান সৃষ্টিৰো উপাসনা কৰে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান। তেওঁৰ শক্তি আৰু ক্ষমতাৰ এইটোৱেই প্ৰমাণ যে, তেওঁ আকাশমণ্ডল আৰু পৃথিৱীৰ সকলো বস্তুকে সৃষ্টি কৰিছে। তেওঁ মহাপৰাক্ৰমশালী, তেওঁক কোনেও পৰাজিত কৰিব নোৱাৰে। পক্ষান্তৰে মুশ্বৰিকসকলৰ মূৰ্তিবোৰ হৈছে অতি দুৰ্বল, মৰ্যাদাহীন। একোৱেই সৃষ্টি কৰিব নোৱাৰে। info
التفاسير:
Daga cikin fa'idodin ayoyin a wannan shafi:
• أهمية ضرب الأمثال لتوضيح المعاني، وهي طريقة تربوية جليلة.
কথা স্পষ্ট কৰিবলৈ উদাহৰণ দিয়াৰ গুৰুত্ব। এইটো এটা গুৰুত্বপূৰ্ণ শৈক্ষিক উপকৰণ। info

• عجز الأصنام عن خلق الأدنى دليل على عجزها عن خلق غيره.
মূৰ্তিবোৰে নিম্নতৰ বস্তু এটাকো সৃষ্টি কৰিব নোৱাৰা বিষয়টোৱে এই কথা প্ৰমাণ কৰে যে, সেইবোৰে আন একোৱেই সৃষ্টি কৰিব নোৱাৰে। info

• الإشراك بالله سببه عدم تعظيم الله.
আল্লাহৰ লগত অংশী কৰাৰ অৰ্থ হৈছে তেওঁৰ মৰ্যাদাহানী কৰা। info

• إثبات صفتي القوة والعزة لله، وأهمية أن يستحضر المؤمن معاني هذه الصفات.
আল্লাহৰ বিশেষ দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ'ল, সৰ্বশক্তিমান আৰু প্ৰভুত্বশালী। লগতে এই কথাৰ প্ৰতিও গুৰুত্ব দিয়া হৈছে যে, মানুহে যেন এইবোৰ বৈশিষ্ট্যৰ অৰ্থ অন্তৰত গাঁথি লয়। info