Fassarar ma'anonin Alkura'ni mai girma - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
216 : 26

فَاِنْ عَصَوْكَ فَقُلْ اِنِّیْ بَرِیْٓءٌ مِّمَّا تَعْمَلُوْنَ ۟ۚ

যদি সিহঁতে আপোনাক অৱজ্ঞা কৰে, লগতে আল্লাহৰ তাওহীদ আৰু তেওঁৰ আনুগত্যৰ প্ৰতি জনোৱা আপোনাৰ আহ্বানত যদি সঁহাৰি নিদিয়ে তেন্তে আপুনি সিহঁতক কৈ দিয়কঃ তোমালোকে যিবোৰ শ্বিৰ্ক আৰু পাপ কৰ্ম কৰা, সেইবোৰৰ লগত মোৰ কোনো সম্পৰ্ক নাই। info
التفاسير:
Daga cikin fa'idodin ayoyin a wannan shafi:
• إثبات العدل لله، ونفي الظلم عنه.
আল্লাহৰ ক্ষেত্ৰত ন্যায় হৈছে সদায় ইতিবাচক, আৰু অন্যায়-অত্যাচাৰ হৈছে নেতিবাচক। info

• تنزيه القرآن عن قرب الشياطين منه.
কোৰআন যে চয়তানৰ ফালৰ পৰা নহয়, এই কথা স্পষ্টভাৱে নসাৎ কৰি পৱিত্ৰ ঘোষণা কৰা হৈছে। info

• أهمية اللين والرفق للدعاة إلى الله.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে নম্ৰতা তথা কোমলতা অৱলম্বন কৰা অতি আৱশ্যক। info

• الشعر حَسَنُهُ حَسَن، وقبيحه قبيح.
কবিতা যদি ভাল হয় তেন্তে ভাল বুলিয়ে পৰিগণিত হ’ব; আনহাতে বেয়া হ’লে, বেয়া বুলিয়ে পৰিগণিত হ’ব। info