Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
40 : 28

فَاَخَذْنٰهُ وَجُنُوْدَهٗ فَنَبَذْنٰهُمْ فِی الْیَمِّ ۚ— فَانْظُرْ كَیْفَ كَانَ عَاقِبَةُ الظّٰلِمِیْنَ ۟

ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক কৰায়ত্ব কৰিলোঁ, তথা সিহঁতক সাগৰত ডুবাই মাৰিবলৈ নিক্ষেপ কৰিলোঁ, অৱশেষত সিহঁত সকলোৱে ধ্বংস হ’ল। এতেকে হে ৰাছুল! আপুনি চিন্তা কৰি চাওক, অন্যায়কাৰীসকলৰ পৰিণতি আৰু শেষ পৰিণাম কেনেকুৱা! নিশ্চিতভাৱে সিহঁতৰ অন্ত তথা শেষ পৰিণাম হৈছে ধ্বংস। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• رَدُّ الحق بالشبه الواهية شأن أهل الطغيان.
ভিত্তিহীন সন্দেহৰ বশৱৰ্তী হৈ সত্যক পৰিত্যাগ কৰাটো হৈছে দূৰাচাৰী লোকৰ লক্ষণ। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• سوء نهاية المتكبرين من سنن رب العالمين.
অহংকাৰীসকলৰ পৰিণাম অত্যন্ত বেয়া, এইটো আল্লাহৰ সাধাৰণ নিয়মৰ অন্তৰ্ভু্ক্ত। info

• للباطل أئمته ودعاته وصوره ومظاهره.
অসত্যৰো কিছুমান নেতা, প্ৰচাৰক, বিভিন্ন ৰূপ আৰু আকাৰ থাকে। info