Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (101) Sura: Aal'Imran
وَكَیْفَ تَكْفُرُوْنَ وَاَنْتُمْ تُتْلٰی عَلَیْكُمْ اٰیٰتُ اللّٰهِ وَفِیْكُمْ رَسُوْلُهٗ ؕ— وَمَنْ یَّعْتَصِمْ بِاللّٰهِ فَقَدْ هُدِیَ اِلٰی صِرَاطٍ مُّسْتَقِیْمٍ ۟۠
তোমালোকে ঈমান আনাৰ পিছত আকৌ কেনেকৈ কুফুৰী কৰিবা, অথচ তোমালোকৰ ওচৰত আছে ঈমানৰ ওপৰত অটল থাকিবলৈ আটাইতকৈ ডাঙৰ উপায়। আল্লাহৰ আয়াতসমূহ তোমালোকৰ সন্মুখত তিলাৱত কৰা হৈছে আৰু স্বয়ং আল্লাহৰ ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে তোমালোকক সেইবোৰ বিশ্লেষণ কৰিছে। এতেকে যিয়ে আল্লাহৰ পুথি আৰু তেওঁৰ ৰাছুলৰ ছুন্নত দৃঢ়ভাৱে খামুচি ধৰিছে তেন্তে নিশ্চিতভাৱে আল্লাহে তাক সেই পোন পথৰ তাওফীক দান কৰিছে যি পথত কোনো বক্ৰতা নাই।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• متابعة أهل الكتاب في أهوائهم تقود إلى الضلال والبعد عن دين الله تعالى.
আহলে কিতাবৰ প্ৰবৃত্তিৰ অনুসৰণে মানুহক পথভ্ৰষ্ট আৰু আল্লাহৰ দ্বীনৰ পৰা আঁতৰ কৰি দিয়ে।

• الاعتصام بالكتاب والسُّنَّة والاستمساك بهديهما أعظم وسيلة للثبات على الحق، والعصمة من الضلال والافتراق.
কিতাপ ও ছুন্নতক মজবুত ভাৱে খামুচি ধৰা তথা ইয়াৰ নিয়ম-কানূনসমূহক দৃঢ়ভাৱে ধাৰণ কৰাটো হৈছে সত্যৰ ওপৰত দৃঢ়তা আৰু ভ্ৰষ্টতা আৰু বিভেদৰ পৰা সুৰক্ষিত থকাৰ আটাইতকৈ ডাঙৰ উপায়।

• الافتراق والاختلاف الواقع في هذه الأمة في قضايا الاعتقاد فيه مشابهة لمن سبق من أهل الكتاب.
এই উম্মতৰ ভিতৰত থকা আক্বীদা সম্পৰ্কীয় মতভেদ, আহলে কিতাবসকলৰ মতভেদৰ দৰেই।

• وجوب الأمر بالمعروف والنهي عن المنكر؛ لأن به فلاح الأمة وسبب تميزها.
সত্কৰ্মৰ আদেশ আৰু অসত্কৰ্মৰ পৰা নিষেধ কৰা অনিবাৰ্য, কাৰণ ইয়াৰ মাজতেই আছে উম্মতৰ সফলতা আৰু শ্ৰেষ্ঠতা।

 
Fassarar Ma'anoni Aya: (101) Sura: Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa