Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (157) Sura: Aal'Imran
وَلَىِٕنْ قُتِلْتُمْ فِیْ سَبِیْلِ اللّٰهِ اَوْ مُتُّمْ لَمَغْفِرَةٌ مِّنَ اللّٰهِ وَرَحْمَةٌ خَیْرٌ مِّمَّا یَجْمَعُوْنَ ۟
হে মুমিনসকল! তোমালোকে যদি আল্লাহৰ পথত মৃত্যুবৰণ কৰা অথবা নিহত হোৱা তেন্তে নিশ্চয় আল্লাহে তোমালোকক মহা ক্ষমা প্ৰদান কৰিব আৰু তেওঁৰ ফালৰ পৰা তোমালোকক এনেকুৱা দয়া কৰিব যিটো তোমালোকৰ বাবে এই পৃথিৱী তথা এই পৃথিৱীৰ সকলো ক্ষণস্থায়ী নিয়ামততকৈও উত্তম, যিবোৰ পৃথিৱীবাসীয়ে একত্ৰিত কৰি আছে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الجهل بالله تعالى وصفاته يُورث سوء الاعتقاد وفساد الأعمال.
আল্লাহ আৰু তেওঁৰ গুণাৱলীসমূহ নজনাৰ ফলত আক্বীদাহ আৰু আমলত ব্যাঘাত জন্মে।

• آجال العباد مضروبة محدودة، لا يُعجلها الإقدام والشجاعة، ولايؤخرها الجبن والحرص.
বান্দাৰ আয়ু নিৰ্ধাৰিত। বাহাদুৰী আৰু সাহসিকতাৰে তাক আগুৱাই আনিব নোৱাৰি আৰু লোভ-লালসা আৰু কাপুৰষতাই এই সময়ক বৃদ্ধিও কৰিব নোৱাৰে।

• من سُنَّة الله تعالى الجارية ابتلاء عباده؛ ليميز الخبيث من الطيب.
আল্লাহৰ এটা সাধাৰণ নিয়ম এই যে, তেওঁ বান্দাসকলক পৰীক্ষা কৰে যাতে সৎ লোকক অসৎ লোকৰ পৰা পৃথক কৰি দিয়ে।

• من أعظم المنازل وأكرمها عند الله تعالى منازل الشهداء في سبيله.
আল্লাহৰ দৃষ্টিত আটাইতকৈ উচ্চ আৰু সন্মানিত স্থান হৈছে তেওঁৰ পথত শ্বহীদ হোৱা ব্যক্তিসকলৰ।

 
Fassarar Ma'anoni Aya: (157) Sura: Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa