Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (53) Sura: Aal'Imran
رَبَّنَاۤ اٰمَنَّا بِمَاۤ اَنْزَلْتَ وَاتَّبَعْنَا الرَّسُوْلَ فَاكْتُبْنَا مَعَ الشّٰهِدِیْنَ ۟
তেওঁৰ সত্যবাদী সঙ্গীসকলে এই কথাও ক'লেঃ হে আমাৰ প্ৰতিপালক! আমি সেই ইঞ্জীলৰ প্ৰতি ঈমান আনিছো যিটো তুমি অৱতীৰ্ণ কৰিছা আৰু আমি ঈছা আলাইহিছ ছালামৰ অনুসৰণ কৰিছো। এতেকে তুমি আমাক সত্যৰ সাক্ষী প্ৰদানকাৰী সকলৰ অন্তৰ্ভুক্ত কৰা, যিসকলে তোমাৰ প্ৰতি আৰু তোমাৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• من كمال قدرته تعالى أنه يعاقب من يمكر بدينه وبأوليائه، فيمكر بهم كما يمكرون.
আল্লাহৰ ক্ষমতাৰ পৰিপূৰ্ণতাৰ অন্তৰ্ভুক্ত এইটোও যে, তেওঁ নিজৰ দ্বীন আৰু তেওঁৰ বন্ধুবৰ্গৰ লগত ষড়যন্ত্ৰকাৰী সকলক শাস্তি প্ৰদান কৰে। এতেকে সিহঁতে যিদৰে ষড়যন্ত্ৰ কৰে, আল্লাহেও সেই অনুপাতে সিদ্ধান্ত গ্ৰহণ কৰে।

• بيان المعتقد الصحيح الواجب في شأن عيسى عليه السلام، وبيان موافقته للعقل فهو ليس بدعًا في الخلقة، فآدم المخلوق من غير أب ولا أم أشد غرابة والجميع يؤمن ببشريته.
ঈছা আলাইহিছ ছালাম সম্পৰ্কে সঠিক আৰু আৱশ্যক ধাৰণাৰ বৰ্ণনা আৰু এই কথাৰ স্পষ্ট বিৱৰণ যে, তেওঁৰ জন্ম বিবেকৰ বিৰুদ্ধে নাছিল, কাৰণ তেওঁৰ জন্ম অভূতপূৰ্ব পদ্ধতিত হোৱা নাছিল। বৰং আদম আলাইহিছ ছালাম বিনা পিতৃ-মাতৃৰে জন্ম হৈছিল আৰু তেওঁৰ জন্ম ইয়াতকৈ আচৰিত আছিল। ইয়াৰ পিছতো সকলোৱে তেওঁক মানুহ হিচাপে বিশ্বাস কৰে।

• مشروعية المُباهلة بين المتنازعين على الصفة التي وردت بها الآية الكريمة.
পৰস্পৰে দুজন বিবাদকাৰীৰ মাজত সেই পদ্ধতিতেই মুবাহালা কৰা বৈধ, যিটো পদ্ধতি আয়াতত আছে।

 
Fassarar Ma'anoni Aya: (53) Sura: Aal'Imran
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa