Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (6) Sura: Saba'i
وَیَرَی الَّذِیْنَ اُوْتُوا الْعِلْمَ الَّذِیْۤ اُنْزِلَ اِلَیْكَ مِنْ رَّبِّكَ هُوَ الْحَقَّ ۙ— وَیَهْدِیْۤ اِلٰی صِرَاطِ الْعَزِیْزِ الْحَمِیْدِ ۟
চাহাবাসকলৰ মাজৰ বিদ্যানসকলে আৰু আহলে কিতাবসকলৰ মাজৰ যিসকল বিদ্যান লোকে ঈমান আনিছে, তেওঁলোকে এই সাক্ষ্য প্ৰদান কৰে যে, আল্লাহে আপোনাৰ প্ৰতি অহীৰ দ্বাৰা যি অৱতীৰ্ণ কৰিছে সেয়া পৰম সত্য, য’ত কোনো ধৰণৰ সন্দেহৰ অৱকাশ নাই। এই সত্যই সেই মহাপৰাক্ৰমশালী সত্তাৰ পথ দেখুৱায়, যাক কোনেও পৰাজিত কৰিব নোৱাৰে। তেওঁ পৃথিৱী আৰু আখিৰাত উভয়তে প্ৰশংসিত।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• سعة علم الله سبحانه المحيط بكل شيء.
আল্লাহৰ জ্ঞানৰ প্ৰশস্ততা, তেওঁৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

• فضل أهل العلم.
বিদ্যানসকলৰ মৰ্যাদা।

• إنكار المشركين لبعث الأجساد تَنَكُّر لقدرة الله الذي خلقهم.
মুশ্বৰিকসকলৰ ফালৰ পৰা আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা বিষয়টোৱে দৰাচলতে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰা বুজাইছে, অথচ তেৱেঁই সিহঁতক সৃষ্টি কৰিছে।

 
Fassarar Ma'anoni Aya: (6) Sura: Saba'i
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa