Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Sura: Fadir   Aya:
وَلَوْ یُؤَاخِذُ اللّٰهُ النَّاسَ بِمَا كَسَبُوْا مَا تَرَكَ عَلٰی ظَهْرِهَا مِنْ دَآبَّةٍ وَّلٰكِنْ یُّؤَخِّرُهُمْ اِلٰۤی اَجَلٍ مُّسَمًّی ۚ— فَاِذَا جَآءَ اَجَلُهُمْ فَاِنَّ اللّٰهَ كَانَ بِعِبَادِهٖ بَصِیْرًا ۟۠
যদি আল্লাহে মানুহৰ গুনাহ তথা পাপকৰ্মৰ ভিত্তিত লগে লগে শাস্তি বিহিলেহেঁতেন, তেন্তে এতিয়াই পৃথিৱীবাসীক আৰু সিহঁতৰ ধন-সম্পদৰ লগতে সিহঁতৰ জীৱ-জন্তুবোৰক ধ্বংস কৰিলেহেঁতেন। কিন্তু আল্লাহে সিহঁতক এটা নিৰ্ধাৰিত সময়লৈকে অৱকাশ দিছে, অৰ্থাৎ কিয়ামতলৈকে। এতেকে যেতিয়া কিয়ামত আহিব (তেতিয়া সিহঁতৰ কোনো ৰক্ষা নাই)। জানি থোৱা! নিশ্চয় আল্লাহ তেওঁৰ বান্দাসকলৰ বিষয়ে সৰ্বদ্ৰষ্টা। সিহঁতৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেৱেঁই সিহঁতক সিহঁতৰ কৰ্মৰ প্ৰতিদান দিব। ভাল হ’লে ভাল প্ৰতিদান পাব, আৰু বেয়া হ’লে বেয়া প্ৰতিদান পাব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• العناد مانع من الهداية إلى الحق.
বিদ্বেষে মানুহৰ পৰা সত্যক স্বীকাৰ কৰাৰ শক্তি কাঢ়ি নিয়ে।

• العمل بالقرآن وخشية الله من أسباب دخول الجنة.
কোৰআন অনুসাৰে আমল কৰা আৰু মনত আল্লাহৰ ভয় পোষণ কৰা, এইবোৰ হৈছে জান্নাতত প্ৰৱেশ কৰাৰ অন্যতম উপায়।

• فضل الولد الصالح والصدقة الجارية وما شابههما على العبد المؤمن.
নেক সন্তান, চাদক্বাহ জাৰিয়া আৰু এনেকুৱা আন আন নেক কৰ্মবোৰ মুমিন বান্দাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ।

 
Fassarar Ma'anoni Sura: Fadir
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa