Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (34) Sura: Suratu Fadir
وَقَالُوا الْحَمْدُ لِلّٰهِ الَّذِیْۤ اَذْهَبَ عَنَّا الْحَزَنَ ؕ— اِنَّ رَبَّنَا لَغَفُوْرٌ شَكُوْرُ ۟ۙ
তেওঁলোকে জান্নাতত প্ৰৱেশ কৰাৰ পিছত ক’বঃ সকলো ধৰণৰ প্ৰশংসা একমাত্ৰ আল্লাহৰ বাবে, যিয়ে আমাক চিন্তা মুক্ত কৰিছে। কাৰণ ইতিপূৰ্বে আমি জাহান্নামত প্ৰৱেশ কৰাৰ পৰা ভয় পোষণ কৰিছিলোঁ। নিশ্চয় আমাৰ প্ৰতিপালক তেওঁৰ তাওবাকাৰী বান্দাসকলৰ গুনাহ ক্ষমা কৰিবলৈ অতি তৎপৰ। তথা তেওঁলোকৰ আনুগত্যৰ বাবে তেওঁলোকৰ গুণগ্ৰাহী।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• فضل أمة محمد صلى الله عليه وسلم على سائر الأمم.
আন আন সকলো উম্মতৰ ওপৰত নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ উম্মতক প্ৰাধান্য দিয়া হৈছে।

• تفاوت إيمان المؤمنين يعني تفاوت منزلتهم في الدنيا والآخرة.
মুমিনসকলৰ ঈমানৰ তাৰতম্যই প্ৰমাণ কৰে যে, পৃথিৱী আৰু আখিৰাতত তেওঁলোকৰ মৰ্যাদা ভিন ভিন হ’ব।

• الوقت أمانة يجب حفظها، فمن ضيعها ندم حين لا ينفع الندم.
সময় হৈছে এটা আমানত, ইয়াক সুৰক্ষিত ৰখা অনিবাৰ্য। যিয়ে ইয়াক অপচয় কৰিব, সি এনেকুৱা সময়ত অনুতপ্ত হ’ব, যি সময়ৰ অনুতপ্তই একো লাভ নিদিব।

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে।

 
Fassarar Ma'anoni Aya: (34) Sura: Suratu Fadir
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa