Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

আচ-চা-ফফা-ত

daga cikin abunda Surar ta kunsa:
تنزيه الله عما نسبه إليه المشركون، وإبطال مزاعمهم في الملائكة والجن.
মুশ্বৰিকসকলে আল্লাহৰ লগত যিবোৰ অভিযোগ সম্পৃক্ত কৰে, সেইবোৰৰ পৰা আল্লাহক পৱিত্ৰ ঘোষণা কৰা, লগতে ফিৰিস্তা আৰু জ্বিন সম্পৰ্কে কৰা মুশ্বৰিকসকলৰ দাবীসমূহ খণ্ডন কৰা। info

external-link copy
1 : 37

وَالصّٰٓفّٰتِ صَفًّا ۟ۙ

আল্লাহে সেইসকল ফিৰিস্তাৰ শপত খাইছে, যিসকলে ইবাদতৰ সময়ত গলিত সীহেৰে নিৰ্মিত প্ৰাচীৰৰ দৰে শাৰীবদ্ধভাৱে থিয় হয়। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• تزيين السماء الدنيا بالكواكب لمنافع؛ منها: تحصيل الزينة، والحفظ من الشيطان المارد.
পৃথিৱীৰ নিকটতম আকাশক কেউবাটাও কাৰণত তৰাবোৰৰ দ্বাৰা সুসজ্জিত কৰা হৈছে। যেনেঃ আকাশক শোভনীয় কৰি তোলা আৰু পাপিষ্ঠ চয়তানৰ পৰা সুৰক্ষিত কৰা। info

• إثبات الصراط؛ وهو جسر ممدود على متن جهنم يعبره أهل الجنة، وتزل به أقدام أهل النار.
পুলচিৰাতৰ প্ৰমাণ। চিৰাতৰ দ্বাৰা সেই সেতুক বুজোৱা হৈছে, যিখন জাহান্নামৰ ওপৰত স্থাপিত হ’ব। জান্নাতিসকলে সহজেই পাৰ হ’ব আৰু জাহান্নামীসকলে পিচলি পৰি যাব। info