Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (66) Sura: Suratu Ghafir
قُلْ اِنِّیْ نُهِیْتُ اَنْ اَعْبُدَ الَّذِیْنَ تَدْعُوْنَ مِنْ دُوْنِ اللّٰهِ لَمَّا جَآءَنِیَ الْبَیِّنٰتُ مِنْ رَّبِّیْ ؗ— وَاُمِرْتُ اَنْ اُسْلِمَ لِرَبِّ الْعٰلَمِیْنَ ۟
হে ৰাছুল! আপুনি কৈ দিয়ক, নিশ্চয় আল্লাহে মোক নিষেধ কৰিছে, মই যেন আল্লাহৰ বাহিৰে সেইবোৰ মূৰ্ত্তিৰ উপাসনা নকৰোঁ যিবোৰৰ উপাসনা তোমালোকে কৰা, যিবোৰে উপকাৰো কৰিব নোৱাৰে আৰু ক্ষতিও কৰিব নোৱাৰে। অথচ সেইবোৰৰ উপাসনা ভুল বুলি মোৰ ওচৰত স্পষ্ট প্ৰমাণ আহি পৰিছে। লগতে আল্লাহে মোক আদেশ কৰিছে যে, মই যেন একমাত্ৰ তেওঁৰেই ইবাদত কৰি তেওঁৰ আনুগত্য কৰোঁ। তেৱেঁই গোটেই সৃষ্টিজগতৰ ৰব্ব, তেওঁৰ বাহিৰে আন কোনো ৰব্ব নাই।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• دخول الدعاء في مفهوم العبادة التي لا تصرف إلا إلى الله؛ لأن الدعاء هو عين العبادة.
দুআও এক প্ৰকাৰ ইবাদত, গতিকে আল্লাহৰ বাহিৰে আনৰ ওচৰত দুআ কৰা বৈধ নহয়। এক কথাত দুআই হৈছে প্ৰকৃত ইবাদত।

• نعم الله تقتضي من العباد الشكر.
আল্লাহৰ নিয়ামতসমূহৰ দাবী হৈছে তেওঁৰ কৃতজ্ঞতা জ্ঞাপন কৰা।

• ثبوت صفة الحياة لله.
আল্লাহ যে চিৰঞ্জীৱ ইয়াৰ প্ৰমাণ।

• أهمية الإخلاص في العمل.
কৰ্মত নিষ্ঠাৰ গুৰুত্ব।

 
Fassarar Ma'anoni Aya: (66) Sura: Suratu Ghafir
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa