Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (22) Sura: Al'Jathiyah
وَخَلَقَ اللّٰهُ السَّمٰوٰتِ وَالْاَرْضَ بِالْحَقِّ وَلِتُجْزٰی كُلُّ نَفْسٍ بِمَا كَسَبَتْ وَهُمْ لَا یُظْلَمُوْنَ ۟
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক হিকমত অনুযায়ী সৃষ্টি কৰিছে। এইবোৰক অনৰ্থক সৃষ্টি কৰা নাই। ইয়াৰ উদ্দেশ্য হৈছে, যাতে তেওঁ প্ৰত্যেক ব্যক্তিকেই নিজৰ নিজৰ ভাল বেয়া কৰ্ম অনুসাৰে প্ৰতিদান দিব পাৰে। আল্লাহে কেতিয়াও সিহঁতৰ ছোৱাব হ্ৰাস কৰি অথবা সিহঁতৰ গুনাহ বৃদ্ধি কৰি সিহঁতৰ প্ৰতি অন্যায় নকৰিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• العفو والتجاوز عن الظالم إذا لم يُظهر الفساد في الأرض، ويَعْتَدِ على حدود الله؛ خلق فاضل أمر الله به المؤمنين إن غلب على ظنهم العاقبة الحسنة.
যদি কোনো কাফিৰ ব্যক্তিয়ে অন্যায়-অত্যাচাৰৰ জৰিয়তে পৃথিৱীত উপদ্ৰৱ সৃষ্টি নকৰে তথা আল্লাহে নিৰ্ধাৰিত কৰা সীমা লঙ্ঘন নকৰে তেন্তে তেনেকুৱা ব্যক্তিক ক্ষমা কৰি দিয়া উচিত। ইয়াৰ আদেশ আল্লাহে মুমিনসকলক দিছে, যদিহে ইয়াৰ ভাল পৰিণাম প্ৰকট হোৱাৰ আশা থাকে।

• وجوب اتباع الشرع والبعد عن اتباع أهواء البشر.
মানুহৰ ইচ্ছাৰ অনুসৰণৰ পৰা আঁতৰি চৰীয়তৰ অনুসৰণ কৰা অনিবাৰ্য।

• كما لا يستوي المؤمنون والكافرون في الصفات، فلا يستوون في الجزاء.
যিদৰে মুমিন আৰু কাফিৰৰ বৈশিষ্ট্য সমান নহয়, ঠিক সেইদৰে সিহঁতৰ প্ৰতিদানো সমান নহয়।

• خلق الله السماوات والأرض وفق حكمة بالغة يجهلها الماديون الملحدون.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক পূৰ্ণ হিকমত সহকাৰে সৃষ্টি কৰিছে। কিন্তু ভৌতিকবাদী বিধৰ্মীসকলে এইবোৰ নাজানে।

 
Fassarar Ma'anoni Aya: (22) Sura: Al'Jathiyah
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa