Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (12) Sura: Muhammad
اِنَّ اللّٰهَ یُدْخِلُ الَّذِیْنَ اٰمَنُوْا وَعَمِلُوا الصّٰلِحٰتِ جَنّٰتٍ تَجْرِیْ مِنْ تَحْتِهَا الْاَنْهٰرُ ؕ— وَالَّذِیْنَ كَفَرُوْا یَتَمَتَّعُوْنَ وَیَاْكُلُوْنَ كَمَا تَاْكُلُ الْاَنْعَامُ وَالنَّارُ مَثْوًی لَّهُمْ ۟
যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ প্ৰতি ঈমান আনিছে আৰু সৎকৰ্ম কৰিছে, নিশ্চয় আল্লাহে তেওঁলোকক এনেকুৱা জান্নাতত প্ৰৱেশ কৰাব, য’ত অট্টালিকা আৰু গছ-গছনি আদিৰ তলদেশত নিজৰা প্ৰবাহিত থাকিব। আনহাতে যিসকলে আল্লাহ আৰু তেওঁৰ ৰাছুলক অস্বীকাৰ কৰিছে, সিহঁতে নিজৰ প্ৰবৃত্তিৰ অনুসৰণ কৰি পাৰ্থিৱ জীৱন উপভোগ কৰি আছে, সিহঁতে সেইদৰেই খাই-বৈ আছে যিদৰে জীৱ-জন্তুৱে খায়। সিহঁতৰ সকলোবোৰ গতিবিধিৰ মূল লক্ষ্য হৈছে পেট আৰু লজ্জাস্থান। কিয়ামতৰ দিনা জাহান্নামেই হৈছে সিহঁতৰ শেষ ঠিকনা, তাতেই সিহঁতে অৱস্থান কৰিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• اقتصار همّ الكافر على التمتع في الدنيا بالمتع الزائلة.
কাফিৰসকলৰ সকলো প্ৰয়াস পাৰ্থিৱ জীৱনৰ ক্ষণস্থায়ী বস্তুৰ উপভোগ লৈকেই সীমিত।

• المقابلة بين جزاء المؤمنين وجزاء الكافرين تبيّن الفرق الشاسع بينهما؛ ليختار العاقل أن يكون مؤمنًا، ويختار الأحمق أن يكون كافرًا.
মুমিনসকলৰ প্ৰতিদান আৰু কাফিৰসকলৰ প্ৰতিদানৰ মাজত মহা পাৰ্থক্য স্পষ্ট কৰি দিয়া হৈছে, যাতে বুদ্ধিমান ব্যক্তিয়ে মুমিনসকলৰ পথ অৱলম্বন কৰে আৰু বুৰ্বক ব্যক্তিয়ে কাফিৰসকলৰ পথ গ্ৰহণ কৰে।

• بيان سوء أدب المنافقين مع رسول الله صلى الله عليه وسلم.
মুনাফিকসকলে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ লগত কৰা দুৰ্ব্যৱহাৰৰ বৰ্ণনা।

• العلم قبل القول والعمل.
কিবা কোৱা আৰু কোনো কৰ্ম কৰাৰ আগত শিকি লোৱা অনিবাৰ্য।

 
Fassarar Ma'anoni Aya: (12) Sura: Muhammad
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa