Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (22) Sura: Suratu Al'ma'ida
قَالُوْا یٰمُوْسٰۤی اِنَّ فِیْهَا قَوْمًا جَبَّارِیْنَ ۖۗ— وَاِنَّا لَنْ نَّدْخُلَهَا حَتّٰی یَخْرُجُوْا مِنْهَا ۚ— فَاِنْ یَّخْرُجُوْا مِنْهَا فَاِنَّا دٰخِلُوْنَ ۟
তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে তেওঁক কৈছিলঃ হে মুছা! সেই পৱিত্ৰ ভূমি বৰ শক্তিশালী লোকসকলে বাস কৰে। সেয়ে আমি তাত প্ৰৱেশ কৰিব নোৱাৰিম, যেতিয়ালৈকে সিহঁত তাত থাকিব। কিয়নো সিহঁতৰ লগত যুদ্ধ কৰাৰ ক্ষমতা আমাৰ ওচৰত নাই। কিন্তু যদি সিহঁত তাৰ পৰা ওলাই যায় তেন্তে আমি অৱশ্যে তাত প্ৰৱেশ কৰিম।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• تعذيب الله تعالى لكفرة بني إسرائيل بالمسخ وغيره يوجب إبطال دعواهم في كونهم أبناء الله وأحباءه.
বনী ইছৰাঈলৰ কাফিৰসকলৰ ওপৰত মুখমণ্ডল বিকৃত কৰা শাস্তিয়ে সিহঁতে কৰা এই যিটো দাবী যে, সিহঁত আল্লাহৰ পুত্ৰ তথা প্ৰিয়পাত্ৰ, সেইটোক খণ্ডন কৰে।

• التوكل على الله تعالى والثقة به سبب لاستنزال النصر.
আল্লাহৰ ওপৰত ভৰসা কৰিলে তেওঁৰ সহায় পোৱা যায়।

• جاءت الآيات لتحذر من الأخلاق الرديئة التي كانت عند بني إسرائيل.
এইবোৰে আয়াতে সেইসমূহ বেয়া চৰিত্ৰৰ পৰা সাৱধান কৰিছে, যিবোৰ বনী ইছৰাঈলৰ মাজত আছিল।

• الخوف من الله سبب لنزول النعم على العبد، ومن أعظمها نعمة طاعته سبحانه.
আল্লাহক ভয় কৰাৰ ফলত বান্দাৰ ওপৰত তেওঁৰ অনুগ্ৰহ অৱতীৰ্ণ হয়। আৰু আটাইতকৈ ডাঙৰ অনুগ্ৰহটো হৈছে আল্লাহৰ আনুগত্য কৰাৰ তাওফীক প্ৰাপ্ত হোৱা।

 
Fassarar Ma'anoni Aya: (22) Sura: Suratu Al'ma'ida
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa