Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (73) Sura: Suratu Al'ma'ida
لَقَدْ كَفَرَ الَّذِیْنَ قَالُوْۤا اِنَّ اللّٰهَ ثَالِثُ ثَلٰثَةٍ ۘ— وَمَا مِنْ اِلٰهٍ اِلَّاۤ اِلٰهٌ وَّاحِدٌ ؕ— وَاِنْ لَّمْ یَنْتَهُوْا عَمَّا یَقُوْلُوْنَ لَیَمَسَّنَّ الَّذِیْنَ كَفَرُوْا مِنْهُمْ عَذَابٌ اَلِیْمٌ ۟
সেই সকল খৃষ্টানেও কুফুৰী কৰিছে, যিসকলে কয়ঃ আল্লাহ হৈছে তিনি সত্ত্বাৰ সমূহ। পিতা, পুত্ৰ আৰু পৱিত্ৰ আত্মা। আল্লাহ সিহঁতৰ এইবোৰ কথাৰ পৰা অতি উচ্চ। আল্লাহ অনেক নহয় বৰং তেওঁ একক, তেওঁৰ কোনো অংশীদাৰ নাই। সিহঁতে যদি এইবোৰ নিকৃষ্ট কথাৰ পৰা বিৰত নাথাকে তেন্তে সিহঁতে নিশ্চয় কষ্টদায়ক শাস্তি পাব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• بيان كفر النصارى في زعمهم ألوهية المسيح عليه السلام، وبيان بطلانها، والدعوةُ للتوبة منها.
খৃষ্টানসকলৰ কুফৰৰ বৰ্ণনা, যিসকলে মছীহ আলাইহিছ ছালামক উপাস্য বুলি ভাৱিছিল। সিহঁতৰ এই ধাৰণাৰ খণ্ডন কৰা হৈছে লগতে সিহঁতক তাওবা কৰিবলৈ আহ্বান জনোৱা হৈছে।

• من أدلة بشرية المسيح وأمه: أكلهما للطعام، وفعل ما يترتب عليه.
মছীহ তথা তেওঁৰ মাতৃ যে মানুহ আছিল তাৰ এটা প্ৰমাণ এই যে, তেওঁলোক উভয়ে পানাহাৰ কৰিছিল, আৰু ইয়াৰ পিছত যি যি কৰিব লাগে সেয়াও কৰিছিল।

• عدم القدرة على كف الضر وإيصال النفع من الأدلة الظاهرة على عدم استحقاق المعبودين من دون الله للألوهية؛ لكونهم عاجزين.
উপকাৰ তথা অপকাৰ কৰাৰ ক্ষমতা নথকাটো হৈছে এই কথাৰ স্পষ্ট প্ৰমাণ যে, আল্লাহৰ বাহিৰে যিবোৰৰ উপসনা কৰা হয় সেইবোৰ ইবাদতৰ যোগ্য নহয়, কাৰণ সেইবোৰ অপাৰগ।

• النهي عن الغلو وتجاوز الحد في معاملة الصالحين من خلق الله تعالى.
আল্লাহৰ পূণ্যৱান ব্যক্তিৰ ক্ষেত্ৰত সীমা চেৰাই যোৱাৰ পৰা আৰু আল্লাহৰ বিধান উলংঘা কৰাৰ পৰা নিষেধ কৰা হৈছে।

 
Fassarar Ma'anoni Aya: (73) Sura: Suratu Al'ma'ida
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa