Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
18 : 6

وَهُوَ الْقَاهِرُ فَوْقَ عِبَادِهٖ ؕ— وَهُوَ الْحَكِیْمُ الْخَبِیْرُ ۟

তেওঁ বান্দাসকলৰ ওপৰত প্ৰভূত্বশীল আৰু প্ৰভাৱশালী। সকলো ফালৰ পৰা তেওঁ সৰ্বোচ্চ। তেওঁক কোনেও অপাৰগ কৰিব নোৱাৰে, তেওঁৰ ওপৰত কোনেও শক্তি প্ৰয়োগ কৰিব নোৱাৰে। সকলোৱে তেওঁৰ ওচৰত বিনীত। তেওঁ নিজৰ মৰ্যাদানুসাৰে বান্দাসকলৰ ওপৰত বিৰাজমান। তেওঁ সৃষ্টি কৰাৰ ক্ষেত্ৰত, নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু চৰীয়ত প্ৰণয়নত মহাপ্ৰজ্ঞাৱান। সকলো বিষয়ে সম্যক অৱগত, তেওঁৰ পৰা কোনো বস্তু গোপন নহয়। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• بيان حكمة الله تعالى في إرسال كل رسول من جنس من يرسل إليهم؛ ليكون أبلغ في السماع والوعي والقبول عنه.
প্ৰত্যেক জাতিৰ প্ৰতি সিহঁতৰ মাজৰ পৰাই ৰাছুল নিৰ্বাচন কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য হৈছে, যাতে তেওঁ সিহঁতৰ কথা ভালদৰে শুনে আৰু বুজি পায় তথা গ্ৰহণ কৰে। info

• الدعوة للتأمل في أن تكرار سنن الأوّلين في العصيان قد يقابله تكرار سنن الله تعالى في العقاب.
এই বিষয়ৰ প্ৰতি আহ্বান জনোৱা হৈছে যে, যদি মানুহে পূৰ্বৰ লোক সকলৰ দৰে অবাধ্যতা কৰে তেন্তে সিহঁতৰ দৰেই আল্লাহে শাস্তি প্ৰদান কৰিব। info

• وجوب الخوف من المعصية ونتائجها.
পাপ তথা ইয়াৰ পৰিণামৰ পৰা ভয় কৰা আৱশ্যক। info

• أن ما يصيب البشر من بلاء ليس له صارف إلا الله، وأن ما يصيبهم من خير فلا مانع له إلا الله، فلا رَادَّ لفضله، ولا مانع لنعمته.
মানুহৰ ওপৰত যি বিপদ-আপদ আহে, সেয়া আল্লাহৰ বাহিৰে আন কোনেও দূৰ কৰিব নোৱাৰে। আনহাতে মানুহে লাভ কৰা কল্যাণক আল্লাহৰ বাহিৰে আন কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। এতেকে কোনেও আল্লাহৰ অনুগ্ৰহ প্ৰতিৰোধ কৰিব নোৱাৰে আৰু তেওঁৰ নিয়ামতকো ধৰি ৰাখিব নোৱাৰে। info