Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma.

external-link copy
26 : 6

وَهُمْ یَنْهَوْنَ عَنْهُ وَیَنْـَٔوْنَ عَنْهُ ۚ— وَاِنْ یُّهْلِكُوْنَ اِلَّاۤ اَنْفُسَهُمْ وَمَا یَشْعُرُوْنَ ۟

আৰু সিহঁতে মানুহক ৰাছুলৰ প্ৰতি ঈমান আনিবলৈ নিষেধ কৰে লগতে নিজেও আঁতৰি থাকে। এতেকে নিজেও উপকৃত নহয় আৰু আনকো উপকৃত হ'বলৈ নিদিয়ে। এইদৰে সিহঁতে নিজৰে ক্ষতি সাধন কৰি আছে। সিহঁতে যি কৰি আছে সেয়া যে ধ্বংসৰ কাৰণ সিহঁতে নিজেই নাজানে। info
التفاسير:
daga cikin fa'idodin Ayoyin wannan shafi:
• بيان الحكمة في إرسال النبي عليه الصلاة والسلام بالقرآن، من أجل البلاغ والبيان، وأعظم ذلك الدعوة لتوحيد الله.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কোৰআন প্ৰদান কৰি প্ৰেৰণ কৰাৰ উদ্দেশ্য ব্যাখ্যা। উদ্দেশ্য হৈছে তেওঁ যেন স্পষ্টভাৱে ইছলাম প্ৰচাৰ কৰে, আৰু আটাইতকৈ ডাঙৰ বিষয়টো হৈছে তেওঁ যেন মানুহক তাওহীদৰ পিনে আহ্বান কৰে। info

• نفي الشريك عن الله تعالى، ودحض افتراءات المشركين في هذا الخصوص.
আল্লাহৰ লগত অংশীদাৰ স্থাপন কৰাক খণ্ডন কৰা, লগতে মুশ্বৰিকসকলৰ যুক্তিক নসাৎ কৰা। info

• بيان معرفة اليهود والنصارى للنبي عليه الصلاة والسلام، برغم جحودهم وكفرهم.
এই কথাৰ বৰ্ণনা যে, ইয়াহুদী তথা ঈছাই সকলে নবী চাল্লাল্লাহু আলাইহি অছাল্লামক চিনি পোৱাৰ পিছতো তেখেতৰ প্ৰতি ঈমান পোষণ কৰা নাই। info