Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (2) Sura: Al'taghaboun
هُوَ الَّذِیْ خَلَقَكُمْ فَمِنْكُمْ كَافِرٌ وَّمِنْكُمْ مُّؤْمِنٌ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ بَصِیْرٌ ۟
হে মানৱজাতি! তেৱেঁই তোমালোকক সৃষ্টি কৰিছে। তাৰ পিছত তোমালোকৰ মাজৰ কিছুমানে অস্বীকাৰ কৰিছে, সিহঁতৰ ঠিকনা হৈছে জাহান্নাম। আৰু কিছুমানে ইমান পোষণ কৰিছে, তেওঁলোকৰ ঠিকনা হৈছে জান্নাত। তোমালোকে যি কৰা সেই সম্পৰ্কে আল্লাহ সম্যক দ্ৰষ্টা। তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। অনতিপলমে তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• من قضاء الله انقسام الناس إلى أشقياء وسعداء.
আল্লাহে মানুহক দুটা ভাগত বিভক্ত কৰিছে, সৌভাগ্যশালী আৰু দুৰ্ভগীয়া।

• من الوسائل المعينة على العمل الصالح تذكر خسارة الناس يوم القيامة.
নেক আমল কৰাৰ অন্যতম সহায়ক হৈছে ক্বিয়ামত দিৱসৰ ক্ষতিগ্ৰস্ততাক স্মৰণ কৰা।

 
Fassarar Ma'anoni Aya: (2) Sura: Al'taghaboun
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa