Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (3) Sura: Al'dalaq
وَّیَرْزُقْهُ مِنْ حَیْثُ لَا یَحْتَسِبُ ؕ— وَمَنْ یَّتَوَكَّلْ عَلَی اللّٰهِ فَهُوَ حَسْبُهٗ ؕ— اِنَّ اللّٰهَ بَالِغُ اَمْرِهٖ ؕ— قَدْ جَعَلَ اللّٰهُ لِكُلِّ شَیْءٍ قَدْرًا ۟
আৰু তেওঁক এনেকুৱা ঠাইৰ পৰা জীৱিকা দান কৰিব, যিটো তেওঁ কেতিয়াও ভৱাও নাই আৰু কল্পনাও কৰা নাই। যিয়ে নিজৰ কৰ্মত আল্লাহৰ ওপৰত ভৰসা ৰাখিব, তাৰ বাবে আল্লাহেই যথেষ্ট। নিশ্চয় আল্লাহে তেওঁৰ আদেশ বলৱৎ কৰিবই, তেওঁক কোনেও বিৱশ কৰিব নোৱাৰে, তেওঁৰ পৰা কোনো বস্তু পৰিত্যাগ নহয়। অৱশ্যে আল্লাহে প্ৰত্যেক বস্তুৰ এটা পৰিমাপ নিৰ্ধাৰণ কৰিছে, সেই অনুপাতেই শেষ হয়। এতেকে সংকটময় সময়ৰো এটা পৰিমাপ নিৰ্ধাৰিত আছে, আৰু সুখৰো এটা নিৰ্ধাৰিত সময় আছে। এতেকে দুয়োটাৰ ভিতৰত যিকোনো এটাৰ ওপৰত কোনো মানুহেই সদায় থাকিব নোৱাৰে।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• خطاب النبي صلى الله عليه وسلم خطاب لأمته ما لم تثبت له الخصوصية.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামক সম্বোধন কৰাটো দৰাচলতে তেখেতৰ উম্মতক সম্বোধন কৰা বুজায়, যেতিয়ালৈকে এইটো প্ৰমাণ নহয় যে, বিষয়টো তেখেত চাল্লাল্লাহু আলাইহি অছাল্লামৰ বাবে নিৰ্দিষ্ট।

• وجوب السكنى والنفقة للمطلقة الرجعية.
ৰাজঈ তালাকত (অৰ্থাৎ প্ৰত্যাৱৰ্তনমূলক তালাকত) স্বামীয়ে স্ত্ৰীৰ যাৱতীয় খৰচ বহন কৰা অনিবাৰ্য।

• النَّدْب إلى الإشهاد حسمًا لمادة الخلاف.
সাক্ষী ৰখাটো উত্তম, যাতে বিবাদৰ কোনো কাৰণ অৱশিষ্ট নাথাকে।

• كثرة فوائد التقوى وعظمها.
তাক্বৱা অৱলম্বনত বহুত উপকাৰ আছে।

 
Fassarar Ma'anoni Aya: (3) Sura: Al'dalaq
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa