Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (1) Sura: Al'tahreem

আত-তাহৰীম

daga cikin abunda Surar ta kunsa:
الدعوة إلى إقامة البيوت على تعظيم حدود الله وتقديم مرضاته وحده.
আল্লাহে নিৰ্ধাৰণ কৰা সীমাৰেখাক সন্মান কৰিব পৰা আৰু একমাত্ৰ তেওঁৰ সন্তুষ্টিকেই অগ্ৰাধিকাৰ দিব পৰা পৰিয়াল প্ৰতিষ্ঠাৰ প্ৰতি আহ্বান।

یٰۤاَیُّهَا النَّبِیُّ لِمَ تُحَرِّمُ مَاۤ اَحَلَّ اللّٰهُ لَكَ ۚ— تَبْتَغِیْ مَرْضَاتَ اَزْوَاجِكَ ؕ— وَاللّٰهُ غَفُوْرٌ رَّحِیْمٌ ۟
হে ৰাছুল! আপুনি আপোনাৰ দাসী মাৰিয়াৰ লগত উপকৃত হোৱাক নিজৰ ওপৰত কিয় হাৰাম কৰে, যিটো আল্লাহে আপোনাৰ বাবে হালাল কৰিছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচাৰে নেকি যে, মাৰিয়াৰ ওচৰত গমন কৰিলে সিহঁতৰ আত্মসন্মানত আঘাত হানে? অথচ আল্লাহে আপোনাক ক্ষমা কৰিব আৰু আপোনাৰ প্ৰতি দয়া কৰিব।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• مشروعية الكَفَّارة عن اليمين.
শপত ভঙ্গৰ কাফফাৰা দিয়াৰ প্ৰমাণ।

• بيان منزلة النبي صلى الله عليه وسلم عند ربه ودفاعه عنه.
আল্লাহৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ মৰ্যাদা আৰু আল্লাহৰ ফালৰ পৰা তেখেতক ৰক্ষা কৰাৰ বৰ্ণনা।

• من كرم المصطفى صلى الله عليه وسلم مع زوجاته أنه كان لا يستقصي في العتاب فكان يعرض عن بعض الأخطاء إبقاءً للمودة.
নবী চাল্লাল্লাহু আলাইহি অছাল্লামে তেখেতৰ স্ত্ৰীসকলৰ প্ৰত্যেক ভুলৰ বাবে ভৰ্ৎসনা কৰা নাছিল, বৰং কিছুমান ভুলক আওকাণ কৰিছিল, যাতে পৰস্পৰ প্ৰেম ভাৱ অব্যাহত থাকে।

• مسؤولية المؤمن عن نفسه وعن أهله.
মুমিন ব্যক্তি তেওঁৰ নিজৰ আৰু পৰিয়ালৰ দায়িত্বশীল।

 
Fassarar Ma'anoni Aya: (1) Sura: Al'tahreem
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa