Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (102) Sura: Al'a'raf
وَمَا وَجَدْنَا لِاَكْثَرِهِمْ مِّنْ عَهْدٍ ۚ— وَاِنْ وَّجَدْنَاۤ اَكْثَرَهُمْ لَفٰسِقِیْنَ ۟
আমি সিহঁতৰ মাজৰ অধিকাংশ জাতিৰ মাজত যিসকলৰ ওচৰত ৰাছুল প্ৰেৰণ কৰা হৈছিল, প্ৰতিশ্ৰুতি ৰক্ষা কৰাৰ আৰু আল্লাহৰ আদেশ পালন কৰাৰ আগ্ৰহ দেখা নাই। বৰং সিহঁতৰ অধিকাংশকে আল্লাহৰ আনুগত্যৰ পৰা বহিষ্কাৰ হোৱা পাইছো।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الإيمان والعمل الصالح سبب لإفاضة الخيرات والبركات من السماء والأرض على الأمة.
ঈমান আৰু সৎকৰ্ম হৈছে উম্মতৰ ওপৰত বৰকত আৰু কল্যাণ বৰ্ষণৰ মাধ্যমস্বৰূপ।

• الصلة وثيقة بين سعة الرزق والتقوى، وإنْ أنعم الله على الكافرين فإن هذا استدراج لهم ومكر بهم.
জীৱিকাৰ প্ৰশস্ততা আৰু তাক্বৱাৰ মাজত আছে বৰ ঘনিষ্ঠ সম্পৰ্ক। আনহাতে আল্লাহে যদি কাফিৰসকলক নিয়ামত প্ৰদান কৰিছে, সেয়া হৈছে সিহঁতৰ বাবে অৱকাশ আৰু সিহঁতক গ্ৰেপ্তাৰ কৰাৰ এটা কৌশল।

• على العبد ألا يأمن من عذاب الله المفاجئ الذي قد يأتي في أية ساعة من ليل أو نهار.
বান্দাৰ বাবে আল্লাহৰ আকস্মিক আজাবৰ পৰা নিশ্চিন্ত হোৱা কেতিয়াও উচিত নহয়। সেইটো ৰাতি অথবা দিন যেতিয়া তেতিয়াই আহিব পাৰে।

• يقص القرآن أخبار الأمم السابقة من أجل تثبيت المؤمنين وتحذير الكافرين.
কোৰআনে পূৰ্বৱৰ্তী জাতিসকলৰ কাহিনী, মুমিনসকলৰ অন্তৰ মজবুত কৰিবলৈ আৰু কাফিৰসকলক সাৱধান কৰিবলৈ বৰ্ণনা কৰে।

 
Fassarar Ma'anoni Aya: (102) Sura: Al'a'raf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta Takaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa