Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (52) Sura: Suratu Al'a'raf
وَلَقَدْ جِئْنٰهُمْ بِكِتٰبٍ فَصَّلْنٰهُ عَلٰی عِلْمٍ هُدًی وَّرَحْمَةً لِّقَوْمٍ یُّؤْمِنُوْنَ ۟
আমি এই কোৰআন সিহঁতৰ ওচৰত আনিছো, যিটো মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ হোৱা এখন পুথি। আমি আমাৰ জ্ঞানৰ দ্বাৰা ইয়াক বিস্তাৰিত ভাৱে বৰ্ণনা কৰিছো। এই পুথিয়ে মুমিনসকলক সত্য তথা হিদায়তৰ পথ দেখুৱায়। লগতে এইটো মুমিনসকলৰ বাবে ৰহমত, কিয়নো ইয়াৰ মাজত আছে পৃথিৱী আৰু আখিৰাতৰ প্ৰতি দিশ নিৰ্দেশনা।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• القرآن الكريم كتاب هداية فيه تفصيل ما تحتاج إليه البشرية، رحمة من الله وهداية لمن أقبل عليه بقلب صادق.
পৱিত্ৰ কোৰআন হৈছে এখন পথপ্ৰদৰ্শনকাৰী পুথি। তাত সেই সকলো কথাৰ বৰ্ণনা আছে যিবোৰ মানৱতাৰ বাবে অতি প্ৰয়োজনীয়। এইখন হৈছে আল্লাহৰ কৃপা আৰু সেই ব্যক্তিৰ বাবে হিদায়ত যিয়ে সঁচা অৰ্থত ইয়াক গ্ৰহণ কৰিব।

• خلق الله السماوات والأرض في ستة أيام لحكمة أرادها سبحانه، ولو شاء لقال لها: كوني فكانت.
আল্লাহে আকাশমণ্ডল আৰু পৃথিৱীক কিবা ৰহস্যজনিত কাৰণে ছয় দিনত সৃষ্টি কৰিছে, অন্যথা তেওঁ ইচ্ছা কৰিলে কেৱল ‘হ’ বুলি ক'লেই হৈ গ'লহেঁতেন।

• يتعين على المؤمنين دعاء الله تعالى بكل خشوع وتضرع حتى يستجيب لهم بفضله.
মুমিনসকলে আল্লাহক নম্ৰতা তথা সম্পূৰ্ণ বিনয় সহকাৰে আহ্বান কৰা উচিত, যাতে আল্লাহে নিজৰ অনুগ্ৰহত তেওঁলোকৰ দুআ কবূল কৰে।

• الفساد في الأرض بكل صوره وأشكاله منهيٌّ عنه.
পৃথিৱীত বিপৰ্যয় সৃষ্টি কৰা নিষিদ্ধ, সেয়া যিকোনো ৰূপতে নহওঁক কিয়।

 
Fassarar Ma'anoni Aya: (52) Sura: Suratu Al'a'raf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - الترجمة الأسامية للمختصر في تفسير القرآن الكريم - Teburin Bayani kan wasu Fassarori

الترجمة الأسامية للمختصر في تفسير القرآن الكريم، صادر عن مركز تفسير للدراسات القرآنية.

Rufewa