Check out the new design

Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. * - Teburin Bayani kan wasu Fassarori


Fassarar Ma'anoni Aya: (62) Sura: Al'a'raf
اُبَلِّغُكُمْ رِسٰلٰتِ رَبِّیْ وَاَنْصَحُ لَكُمْ وَاَعْلَمُ مِنَ اللّٰهِ مَا لَا تَعْلَمُوْنَ ۟
আল্লাহে অহীৰ মাধ্যমত যিবোৰ কথা মোক জনাইছে, সেইবোৰকে মই তোমালোকলৈ পৌঁচাই দিওঁ। সেই কাৰণেই মই তোমালোকক আল্লাহৰ আনুগত্য কৰাৰ উপদেশ দিওঁ, আৰু ইয়াৰ ফলত পোৱা ছোৱাবৰ শুভসংবাদ দিওঁ। লগতে মই তোমালোকক তেওঁৰ অবাধ্যতাৰ পৰা আৰু ইয়াৰ ফলত পাবলগীয়া শাস্তিৰ পৰা সাৱধান কৰো। অহীৰ মাধ্যমত মই যি জ্ঞান লাভ কৰিছো, সেয়া তোমালোকে নাজানা।
Tafsiran larabci:
daga cikin fa'idodin Ayoyin wannan shafi:
• الأرض الطيبة مثال للقلوب الطيبة حين ينزل عليها الوحي الذي هو مادة الحياة، وكما أن الغيث مادة الحياة، فإن القلوب الطيبة حين يجيئها الوحي، تقبله وتعلمه وتنبت بحسب طيب أصلها، وحسن عنصرها، والعكس.
পৱিত্ৰ অন্তৰৰ উদাহৰণ হৈছে উৎকৃষ্ট ভূমি। অহী আৰু বৰষুণ দুয়োটাই জীৱনৰ মূল। পৱিত্ৰ অন্তৰৰ সম্পৰ্ক যেতিয়া অহীৰ সৈতে হয় তেতিয়া সেইটো গ্ৰহণ কৰি লয়। আৰু শিকিবলৈ আৰম্ভ কৰে লগতে পৱিত্ৰতা অনুপাতে আগুৱাই যায়। আনহাতে যদি অন্তৰ পৱিত্ৰ নহয় তেন্তে বিপৰীত দিশত গতি কৰে।

• الأنبياء والمرسلون يشفقون على الخلق أعظم من شفقة آبائهم وأمهاتهم.
নবী আৰু ৰাছুলসকল সৃষ্টিৰ প্ৰতি সিহঁতৰ পিতৃ-মাতৃতকৈও অধিক দয়ালু।

• من سُنَّة الله إرسال كل رسول من قومه وبلسانهم؛ تأليفًا لقلوب الذين لم تفسد فطرتهم، وتيسيرًا على البشر.
আল্লাহৰ এটা নীতি হৈছে এই যে, তেওঁ যি জাতিৰ প্ৰতি ৰাছুল প্ৰেৰণ কৰে, সেইজন ৰাছুল সেই জাতিৰেই এজন সদস্য তথা সিহঁতৰেই ভাষাভাষী হয়।

• من أعظم السفهاء من قابل الحق بالرد والإنكار، وتكبر عن الانقياد للعلماء والنصحاء، وانقاد قلبه وقالبه لكل شيطان مريد.
সেই ব্যক্তি আটাইতকৈ বিবেকহীন, যিয়ে সত্যক খণ্ডন কৰিবলৈ দুঃসাহস কৰে আৰু অস্বীকাৰ কৰে। শুভাকাংক্ষী তথা উলামাসকলৰ অনুসৰণ কৰিবলৈ অহংকাৰ কৰে আৰু সম্পূৰ্ণৰূপে চয়তানৰ অনুসৰণ কৰে।

 
Fassarar Ma'anoni Aya: (62) Sura: Al'a'raf
Teburin Jerin Sunayen Surori Lambar shafi
 
Fassarar Ma'anonin Alqura'ni - Fassarar ma'anonin AlƘur'ani ta taƙaitaccen Tafsirin AlƘur'ani mai girma. - Teburin Bayani kan wasu Fassarori

Wanda aka buga a Cibiyar Tafsiri da karatuttukan AlƘur'ani.

Rufewa